মই তোমালোকক অৱগত নকৰিমনে যে, তোমালোকৰ মাজত কোন সবাতোকৈ উৎকৃষ্ট আৰু কোন সবাতোকৈ নিকৃষ্ট?
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে যে, এবাৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে বহি থকা কিছুমান লোকৰ ওচৰলৈ আহি ক'লেঃ "মই তোমালোকক অৱগত নকৰিমনে যে, তোমালোকৰ মাজত কোন সবাতোকৈ উৎকৃষ্ট আৰু কোন সবাতোকৈ নিকৃষ্ট?" বৰ্ণনাকাৰী কৈছেঃ সকলোৱে নিমাত হৈ থাক…

