HadeethEnc · 1.16.0
কোনো (অসৎ কৰ্মৰ) বিষয়ে জনাৰ পিছত বা দেখাৰ পিছত সেই বিষয়ে ক'বলৈ মানুহৰ ভয়ে যাতে তোমালোকক বিৰত নাৰাখে।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "কোনো (অসৎ কৰ্মৰ) বিষয়ে জনাৰ পিছত বা দেখাৰ পিছত সেই বিষয়ে ক'বলৈ মানুহৰ ভয়ে যাতে তোমালোকক বিৰত নাৰাখে।"
02
Explanation
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক ভাষণ প্ৰদান কৰি উপদেশ দিছে যে, মানুহৰ ভয় ভাবুকিয়ে যেন তেওঁলোকক সত্য কথা কোৱাৰ পৰা বিৰত নাৰাখে, বা কোনো অনিয়ম দেখা পালে বা অৱগত হ'লে সেই বিষয়ে মানুহক জনোৱাৰ পৰা বিৰত নাথাকে।
03
Benefits
সত্য কথা প্ৰকাশ কৰিবলৈ উৎসাহিত কৰা হৈছে আৰু মানুহৰ ভয়ত সত্যক লুকাবলৈ নিষেধ কৰা হৈছে।
সত্য কথা কোৱাৰ অৰ্থ এইটো নহয় যে, সত্য প্ৰকাশ কৰাৰ ক্ষেত্ৰত শালীনতা, হিকমত আৰু উত্তম পন্থা অৱলম্বন কৰিব নালাগে। বৰং সত্য এনেকৈ উত্তম পন্থাত উপস্থাপন কৰিব লাগে যাতে সহজে সেইটো গ্ৰহণ কৰে।
চৰীয়ত বিৰোধী কৰ্মক নসাৎ কৰা অনিবাৰ্য। মানুহৰ স্বাৰ্থৰ ওপৰত আল্লাহৰ অধিকাৰক অগ্ৰাধিকাৰ দিয়াটো অনিবাৰ্য্য।

Attribution
[(তিৰমিজী, ইবনে মাজাহ, আহমদ)]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares