افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#66359[ছহীহ]
HadeethEnc · 1.16.0

নামাজ আদায় কৰিবা আৰু তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীৰ সৈতে সদ্ব্যৱহাৰ কৰিবা।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যুৰ সময়ত তেখেতৰ সাধাৰণ অচিয়ত আছিল এই যে, "নামাজ আদায় কৰিবা আৰু তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীৰ সৈতে সদ্ব্যৱহাৰ কৰিবা। নামাজ আদায় কৰিবা আৰু তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীৰ সৈতে সদ্ব্যৱহাৰ কৰিবা।" অৱশেষত তেখেতৰ শ্বাসকষ্ট আৰম্ভ হৈছিল, আৰু বাৰে বাৰে এই কথা কৈ আছিল, এটা সময়ত তেখেতৰ জিভা গোট খাই যোৱাৰ উপক্ৰম হৈছিল।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ মৃত্যুৰ সময়ত উম্মতৰ বাবে দিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ অচিয়তটো হৈছে, তোমালোকে নামাজক মজবুতভাৱে ধাৰণ কৰা, নিয়মিত নামাজ আদায় কৰা, নামাজৰ পৰা কেতিয়াও অৱহেলা নকৰিবা। লগতে তেখেতে এই উপদেশ দিছে যে, যিসকল দাস-দাসী আৰু কৰ্মচাৰী তোমালোকৰ অধীনত আছে, সিহঁতক সিহঁতৰ অধিকাৰ প্ৰদান কৰিবা, আৰু সিহঁতৰ সৈতে সদ্ব্যৱহাৰ কৰিবা। তেখেতে এইবোৰ কথা বাৰে বাৰে কৈ আছিল, অৱশেষত তেখেতৰ প্ৰাণ কণ্ঠাগত হৈছিল আৰু শ্বাসকষ্ট আৰম্ভ হৈছিল আৰু জিভাৰে ভালকৈ উচ্চাৰণ কৰিব পৰা নাছিল।
03

Benefits

নামাজৰ গুৰুত্ব অধিক, লগতে অধীনস্থ দাস-দাসীৰ অধিকাৰো অগ্ৰাধিকাৰপ্ৰাপ্ত। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ অন্তিম মূহুৰ্ততো এই উপদেশটো বাৰে বাৰে দি গৈছিল।
বান্দাসকলৰ ওপৰত আল্লাহৰ আটাইতকৈ ডাঙৰ অধিকাৰটো হৈছে নামাজ। এইদৰে সৃষ্টিৰ অধিকাৰৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ অধিকাৰটো হৈছে, বিশেষকৈ দুৰ্বলসকলৰ আৰু সেইসকল লোকৰ অধিকাৰ সোনকালে আদায় কৰিব লাগে যিসকল আমাৰ অধীনত থাকে, সন্তান সন্ততিৰ বাহিৰে।

Attribution

[رواه النسائي في السنن الكبرى وابن ماجه]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...