افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#3714[ছহীহ]
HadeethEnc · 1.16.0

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত এজন লোকৰ কথা উল্লেখ কৰা হ'ল যে, সি ৰাতি শুৱে একেবাৰে ৰাতিপুৱা উঠে। তেখেতে ক'লেঃ "সেই ব্যক্তিৰ দুয়ো কাণত অথবা কৈছিল, তাৰ কাণত চয়তানে প্ৰস্ৰাৱ কৰে।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত এজন লোকৰ কথা উল্লেখ কৰা হ'ল যে, সি ৰাতি শুৱে একেবাৰে ৰাতিপুৱা উঠে। তেখেতে ক'লেঃ "সেই ব্যক্তিৰ দুয়ো কাণত অথবা কৈছিল, তাৰ কাণত চয়তানে প্ৰস্ৰাৱ কৰে।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত এনেকুৱা এজন ব্যক্তি সম্পৰ্কে উল্লেখ কৰা হ'ল, যিয়ে ৰাতি শুৱে আৰু ৰাতিপুৱা সূৰ্য্য উদয় হোৱাৰ পিছত উঠে, ফজৰৰ ফৰজ নামাজ সময়মতে আদায় নকৰে। তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ সি হৈছে এনেকুৱা ব্যক্তি, যাৰ কাণত চয়তানে প্ৰস্ৰাৱ কৰি দিয়ে।
03

Benefits

তাহাজ্জুদ এৰি দিয়াটো অপছন্দনীয়। এই অৱহেলা আহে চয়তানৰ কাৰণে।
চয়তানৰ পৰা সতৰ্ক কৰা হৈছে, যিয়ে মানুহৰ প্ৰতিটো পথতে বহি থাকে, যাতে মানুহক আল্লাহৰ আনুগত্যৰ পৰা বিৰত ৰাখিব পাৰে।
ইবনু হাজাৰে কৈছেঃ (ما قام إلى الصلاة) (সি নামাজ নপঢ়ে) ইয়াত কেৱল নামাজৰ কথা কোৱা হৈছে, কোনটো নামাজ সেয়া স্পষ্ট নহয়। ইয়াৰ দ্বাৰা তাহাজ্জুদো হ'ব পাৰে আৰু ফৰজ নামাজো হ'ব পাৰে।
ত্বীবি ৰাহিমাহুল্লাহে কৈছেঃ ইয়াত কাণক নিৰ্দিষ্ট কৰা হৈছে। যদিও গভীৰ টোপনিক বুজাবলৈ চকুৰ কথা উল্লেখ কৰাটো হৈছে বেছি উপযুক্ত। কিন্তু কাণৰ কথা এইকাৰণে উল্লেখ কৰা হৈছে, কিয়নো কাণ হৈছে সাৰ পোৱাৰ অন্যতম মাধ্যম। এইদৰে ইয়াত প্ৰস্ৰাৱৰ কথা এই কাৰণে কোৱা হৈছে, কিয়নো প্ৰস্ৰাৱ সহজে সিৰাই সিৰাই সোমাব পাৰে, যাৰ ফলত গোটেই শৰীৰত অলসতাৰ সৃষ্টি হয়।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...