افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#5372[ছহীহ]
HadeethEnc · 1.16.0

“যি ব্যক্তিয়ে এইটো কামনা কৰে যে, তাৰ জীৱিকা প্রশস্ত হওক আৰু তাৰ আয়ু বৃদ্ধি হওক, তেওঁ যেন আত্মীয়তাৰ সম্পৰ্ক অক্ষুণ্ণ ৰাখে।”

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “যি ব্যক্তিয়ে এইটো কামনা কৰে যে, তাৰ জীৱিকা প্রশস্ত হওক আৰু তাৰ আয়ু বৃদ্ধি হওক, তেওঁ যেন আত্মীয়তাৰ সম্পৰ্ক অক্ষুণ্ণ ৰাখে।”
02

Explanation

নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে আত্মীয়তাৰ সম্পৰ্ক ৰক্ষা কৰিবলৈ সাক্ষাৎ, শাৰীৰিক আৰু আৰ্থিক সহায়-সহযোগিতা আৰু সন্মান কৰিবলৈ উৎসাহিত কৰিছে। লগতে এইটো উল্লেখ কৰিছে যে, ইয়াৰ ফলত জীৱিকা প্ৰশস্ত হয় আৰু আয়ু বৃদ্ধি হয়।
03

Benefits

আত্মীয় বোলোঁতে পিতৃ-মাতৃৰ ফালৰ পৰা নিকটাত্মীয়সকলক বুজোৱা হৈছে। আত্মীয়তাৰ সম্পৰ্ক যিমান ওচৰৰ হ'ব, তেওঁলোকৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাটোও সিমানেই অগ্রাধিকাৰ পাব।
কৰ্ম অনুযায়ী প্ৰতিফল প্ৰদান কৰা হয়। গতিকে যি ব্যক্তিয়ে আত্মীয়সকলৰ সৈতে সদ্ব্যৱহাৰ আৰু অনুগ্ৰহ কৰাৰ মাধ্যমত তেওঁলোকৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিব, আল্লাহেও সেই ব্যক্তিৰ আয়ু আৰু জীৱিকা বৃদ্ধি কৰিব।
আত্মীয়তাৰ সম্পৰ্ক ৰক্ষা কৰাটো হৈছে জীৱিকা বৃদ্ধি তথা প্রশস্ত হোৱা আৰু দীৰ্ঘায়ু লাভ কৰাৰ অন্যতম কাৰণ। যদিও জীৱিকা আৰু বয়স আল্লাহৰ ফালৰ পৰা নিৰ্ধাৰিত, কিন্তু তথাপিও তেওঁ কেতিয়াবা কেতিয়াবা জীৱিকা আৰু বয়সত বৰকত দান কৰে। ফলত তেওঁ উক্ত নিৰ্ধাৰিত বয়সত ইমান বেছি উপকাৰী কৰ্ম কৰে যিটো অন্যান্য লোকৰ দ্বাৰা সম্ভৱ নহয়। কিছুমানে কৈছে যে, আয়ু আৰু জীৱিকা সঁচাকৈয়ে বৃদ্ধি হয়। আল্লাহেই সৰ্বজ্ঞ।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...