افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#3350[হাছান]
HadeethEnc · 1.16.0

তোমালোকে নিজৰ ঘৰবোৰক কবৰস্থানত পৰিণত নকৰিবা আৰু মোৰ কবৰকো মেলাৰ স্থল নবনাবা। তোমালোকে মোৰ ওপৰত দুৰূদ পাঠ কৰা। তোমালোকে য’তেই নাথাকা কিয় তোমালোকৰ দুৰূদ মোৰ ওচৰলৈ পৌঁচাই দিয়া হয়।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকে নিজৰ ঘৰবোৰক কবৰস্থানত পৰিণত নকৰিবা আৰু মোৰ কবৰকো মেলাৰ স্থল নবনাবা। তোমালোকে মোৰ ওপৰত দুৰূদ পাঠ কৰা। তোমালোকে য’তেই নাথাকা কিয় তোমালোকৰ দুৰূদ মোৰ ওচৰলৈ পৌঁচাই দিয়া হয়।
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰক নামাজ আদিৰ পৰা শূন্য ৰাখিবলৈ সতৰ্ক কৰিছে। ঘৰ যাতে কবৰস্থানত পৰিণত নহয়, কাৰণ কবৰস্থানত নামাজ পঢ়া নহয়। লগতে তেখেতে সঘনে কবৰ জিয়াৰত কৰিবলৈও বাৰণ কৰিছে, এইদৰে কবৰৰ ওচৰত অভ্যাসগতভাৱে একত্ৰিত হ'বলৈও নিষেধ কৰিছে, কাৰণ এইটো হৈছে শ্বিৰ্কত পতিত হোৱাৰ এটা মাধ্যম। ইয়াৰ বিপৰীতে তেখেতে পৃথিৱীৰ যিকোনো স্থানৰ পৰা তেখেতৰ ওপৰত বেছি বেছি দৰূদ আৰু ছালাম প্রেৰণ কৰাৰ নিৰ্দেশ দিছে। কিয়নো ওচৰত হওক বা দূৰত সমানেই তেখেতৰ ওচৰলৈ সেই দৰূদ আহি পায়। গতিকে দৰূদ পঢ়াৰ ছলনাৰে তেখেতৰ কবৰৰ ওচৰলৈ বাৰে বাৰে অহা যোৱা কৰাৰ কোনো প্রয়োজন নাই।
03

Benefits

ঘৰক আল্লাহৰ ইবাদতৰ পৰা শূন্য ৰাখিবলৈ নিষেধ কৰা হৈছে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰ জিয়াৰত কৰাৰ উদ্দেশ্যে ভ্ৰমণ কৰি যাবলৈ নিষেধ কৰা হৈছে। কাৰণ তেখেতে তেখেতৰ ওপৰত দৰূদ পঢ়িবলৈ নিৰ্দেশ দিছে, লগতে এই কথাও উল্লেখ কৰিছে যে, সেই দৰূদ মোলৈ পৌঁচাই দিয়া হয়। আনহাতে মছজিদে নবৱীত নামাজ পঢ়াৰ উদ্দেশ্যে ভ্ৰমণ কৰি যোৱাটো বৈধ।
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰক কোনো বিশেষ সময়ত বিশেষ পদ্ধতিত বাৰে বাৰে জিয়াৰত কৰি মেলাত পৰিণত কৰাটো হাৰাম। ঠিক এইদৰে অন্যান্য কবৰৰ ক্ষেত্ৰতো এই একেই বিধান প্ৰযোজ্য।
মহান আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক এই সুবিধাৰ জৰিয়তে সুকীয়া মৰ্যাদা প্ৰদান কৰিছে যে, যিকোনো সময়ত যিকোনো স্থানৰ পৰাই তেখেতৰ ওপৰত দৰূদ পাঠ কৰিব পাৰি।
চাহাবাসকলে এই কথা ভালকৈয়ে জ্ঞাত আছিল যে, কবৰস্থানত নামাজ পঢ়া নিষিদ্ধ, সেইকাৰণেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক নিজৰ ঘৰখনক কবৰস্থানত পৰিণত কৰিবলৈ নিষেধ কৰিছে, য'ত নামাজ পঢ়া নহয়।

Attribution

[(আবু দাঊদ)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...