افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#3360[ছহীহ]
HadeethEnc · 1.16.0

যিয়ে দুজনী কন্যা সন্তানক প্ৰাপ্তবয়স্ক নোহোৱালৈকে ভালকৈ লালন-পালন কৰিব, কিয়ামতৰ দিনা তেওঁ আৰু মই এনেকৈ নিকটৱৰ্তী থাকিম।" তেখেতে এই কথা কৈ দুটা আঙুলিক একেলগ কৰি দেখুৱালে।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "যিয়ে দুজনী কন্যা সন্তানক প্ৰাপ্তবয়স্ক নোহোৱালৈকে ভালকৈ লালন-পালন কৰিব, কিয়ামতৰ দিনা তেওঁ আৰু মই এনেকৈ নিকটৱৰ্তী থাকিম।" তেখেতে এই কথা কৈ দুটা আঙুলিক একেলগ কৰি দেখুৱালে।
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যাক মহান আল্লাহে দুজনী কন্যা সন্তান দান কৰিছে অথবা দুজনী ভনীয়েক দান কৰিছে, আৰু তেওঁ সিহঁতৰ ভৰণ-পোষণকে আদি কৰি দায় দায়িত্ব পালন কৰিছে আৰু সিহঁতক সৎকৰ্মৰ নিৰ্দেশ দিছে তথা অসৎকৰ্মৰ পৰা সতৰ্ক কৰিছে। অৱশেষত সিহঁত ডাঙৰ দীঘল হৈ প্ৰাপ্তবয়স্কত উপনীত হৈছে। কিয়ামতৰ দিনা সেই ব্যক্তি আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লাম এইদৰে নিকটৱৰ্তী থাকিব। এই বুলি কৈ তেখেতে মধ্যমা আৰু তৰ্জনী আঙুলিক একেলগ কৰি দেখুৱালে।
03

Benefits

সেই ব্যক্তিৰ বাবে আছে মহা ছোৱাব, যিয়ে নিজৰ ছোৱালীক উত্তমৰূপে লালন-পালন কৰে তথা ভাল শিক্ষা দিয়ে আৰু অৱশেষত বিয়া দিয়ে। এইদৰে ভনীৰ লালন-পালনৰ ক্ষেত্ৰতো ছোৱাব প্ৰদান কৰা হয়।
ল'ৰাৰ লালন-পালনৰ ছোৱাবৰ তুলনাত ছোৱালীৰ লালন-পালনৰ ছোৱাব অধিক। যিহেতু সিহঁতৰ বিষয়ে এনেকুৱা কোনো ছোৱাবৰ কথা উল্লেখ হোৱা নাই। কাৰণ ল'ৰাৰ লালন-পালনৰ তুলনাত ছোৱালীৰ লালন-পালন কৰাটো অধিক কঠিন বিষয়। কাৰণ সিহঁত হৈছে পৰ্দাশীল, সকলো কাম সিহঁতে নিজে কৰিব নোৱাৰে। লগতে ল'ৰাৰ দৰে সিহঁত স্বতন্ত্ৰও নহয়। এইদৰে পিতাই সিহঁতৰ পৰা এইটোও কামনা নকৰে যে, সিহঁতে তেওঁক শত্ৰুৰ পৰা ৰক্ষা কৰিব, তেওঁৰ নাম উজ্জ্বল কৰিব আৰু তেওঁৰ বংশ বিস্তাৰ কৰিব। যিদৰে ল'ৰাৰ পৰা কামনা কৰে। এতেকে ছোৱালীসকলৰ প্ৰতি ব্যয় কৰিবলৈ ধৈৰ্য্য, ইখলাচ (নিষ্ঠা) আৰু সৎ নিয়্যতৰ প্ৰয়োজন। সেয়ে ইয়াৰ ছোৱাবো ডাঙৰ। আনকি এনেকুৱা ব্যক্তিয়ে কিয়ামতৰ দিনা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সাহচৰ্য্য লাভ কৰিব।
নাৰীৰ প্ৰাপ্তবয়স্ক হোৱাৰ সংকেতঃ পোন্ধৰ বছৰ বয়স সম্পূৰ্ণ কৰা। হায়েজ হোৱা, যদিও পোন্ধৰ বছৰৰ আগতে হয়। নাভীৰ তলত লজ্জাস্থানৰ আশে পাশে নোম গজা। স্বপ্নদোষ হোৱা তথা সপোনত বীৰ্যস্খলন হোৱা।
কুৰতুবী ৰাহিমাহুল্লাহে কৈছেঃ ইয়াৰ অৰ্থ হৈছে এই যে, ছোৱালীসকলৰ যত্ন তেতিয়ালৈকে ল'ব লাগে, যেতিয়ালৈকে তেওঁলোকে ইমানখিনি সক্ষম নহয় যে, তেওঁলোকে নিজৰ কাম-কাজ নিজে সামৰি ল'ব পাৰে। সাধাৰণতে মহিলাসকলৰ ক্ষেত্ৰত এইটো তেতিয়া হয়, যেতিয়া তেওঁলোকৰ বিবাহ হয়। হাদীছটোৰ অৰ্থ এইটো নহয় যে, যেতিয়া তেওঁলোকৰ ঋতুস্ৰাৱ আৰম্ভ হয় বা চৰীয়ত অনুসাৰে তেওঁলোক দায়িত্বশীল হয়, তেতিয়াই তেওঁলোকৰ যত্ন শেষ হৈ যায়; কাৰণ ইয়াৰ পূৰ্বেও তেওঁলোকৰ বিয়া হ’ব পাৰে আৰু স্বামীৰ ওপৰত নিৰ্ভৰশীল হ'ব পাৰে। আনহাতে তেওঁলোকৰ ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ পিছতো যদি তেওঁলোকে নিজৰ দায়িত্ব নিজে ল'ব নোৱাৰে, তেনে ক্ষেত্ৰত তেওঁলোকৰ ওপৰত কোনো নজৰদাৰী নাথাকিলে তেওঁলোকৰ অৱস্থা আৰু বেয়া হ’ব পাৰে। এনে পৰিস্থিতিত তেওঁলোকৰ প্ৰতি অধিক সুৰক্ষা আৰু যত্ন লোৱা উচিত, যাতে তেওঁলোকে সম্পূৰ্ণৰূপে সুৰক্ষিত থাকে আৰু তেওঁলোকক ভালদৰে বিবাহৰ বাবে সক্ষম কৰি তুলিব পৰা যায়। এই কাৰণেই উলামাসকলে কৈছে যে, ছোৱালী এজনী প্ৰাপ্তবয়স্ক হ’লেই তেওঁৰ পিতাৰ দায়িত্ব শেষ হৈ নাযায়, বৰং এই দায়িত্ব তেতিয়ালৈকে থাকে যেতিয়ালৈকে তাইৰ বিবাহ নহয়।

Attribution

[(মুছলিম)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...