افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#65820[ছহীহ]
HadeethEnc · 1.16.0

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিছনা আছিল চামৰাৰে তৈয়াৰী, আৰু তাৰ ভিতৰত আছিল খেজুৰ গছৰ ছাল।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিছনা আছিল চামৰাৰে তৈয়াৰী, আৰু তাৰ ভিতৰত আছিল খেজুৰ গছৰ ছাল। মুছলিমৰ বৰ্ণনাত আছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ গাৰু যিটোত তেখেতে আউজি বহিছিল সেইটো চামৰাৰে নিৰ্মিত আছিল আৰু তাৰ ভিতৰত আছিল খেজুৰ গছৰ ছাল।
02

Explanation

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই হাদীছটোত উল্লেখ কৰিছে যে, যিটো বিছনাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বিশ্ৰাম লৈছিল তথা টোপনি মাৰিছিল, সেইটো পৰিচ্ছন্ন চামৰাৰে নিৰ্মিত আছিল, আৰু তাৰ ভিতৰত আছিল খেজুৰ গছৰ আঁহ। এইদৰে তেখেতৰ গাৰুখনো ইয়াৰ দ্বাৰাই তৈয়াৰী আছিল।
03

Benefits

হাদীছটোত উল্লেখ কৰা হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লাম পাৰ্থিৱ বিলাসিতা তথা উপভোগৰ পৰা বিৰত আছিল, যদিও মহান আল্লাহে তেখেতক ইয়াৰ সামৰ্থ দিছিল, তেখেতে ইচ্ছা কৰিলে এইবোৰ ভোগ কৰিব পাৰিলেহেঁতেন।
বিছনা আৰু গাৰু ব্যৱহাৰ কৰা বৈধ। এইবোৰৰ ওপৰত শোৱা আৰু এইবোৰৰ সহায় লোৱা বৈধ।
প্ৰতিজন মুছলিমে নিজৰ অৱস্থাক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জীৱন ব্যৱস্থাৰ সৈতে তুলনা কৰি চোৱা উচিত। কাৰণ তেখেত হৈছে সকলোৰে বাবে উত্তম আদৰ্শ। যিয়ে তেখেতৰ পদাংক অনুসৰণ কৰিব, তেওঁ পৃথিৱী আৰু আখিৰাতত সাফল্যমণ্ডিত হ'ব।
আখিৰাতৰ বাবে প্ৰস্তুতি লোৱাৰ ক্ষেত্ৰত আগ্ৰহী হ'ব লাগে। মুমিন ব্যক্তিয়ে পৃথিৱীৰ পৰা সেইখিনিয়ে গ্ৰহণ কৰা উচিত যিখিনি আল্লাহৰ আনুগত্যৰ বাবে সহায়ক হ'ব। যাতে তেওঁ পৃথিৱীৰ প্ৰাচুৰ্যতা আৰু সা-সম্পত্তিৰ প্ৰতি মোহিত নহয়। এইবোৰৰ মোহত পৰা ব্যক্তিসকলক ভৰ্ৎসনা কৰি মহান আল্লাহে কৈছেঃ {أَلْهَاكُمُ التَّكَاثُرُ حَتَّى زُرْتُمُ الْمَقَابِرَ} অৰ্থঃ প্ৰাচুৰ্যৰ প্ৰতিযোগিতায় তোমালোকক অমনোযোগী কৰি ৰাখিছে। (এই লোভ-লালসা তেতিয়ালৈকে শেষ নহ'ব) যেতিয়ালৈকে তোমালোকে কবৰত উপনীত নোহোৱা। (ছুৰা আত-তাকাছুৰঃ ১-২)

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...