افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#3018[ছহীহ]
HadeethEnc · 1.16.0

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জোতা পিন্ধাৰ ক্ষেত্ৰত, চুলি ফণিওৱাৰ ক্ষেত্ৰত, পৱিত্ৰতা অৰ্জনৰ ক্ষেত্ৰত, আনকি তেখেতে সকলো (ভাল কামৰ) ক্ষেত্ৰতে সোঁফালৰ পৰা আৰম্ভ কৰাটোক পছন্দ কৰিছিল।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জোতা পিন্ধাৰ ক্ষেত্ৰত, চুলি ফণিওৱাৰ ক্ষেত্ৰত, পৱিত্ৰতা অৰ্জনৰ ক্ষেত্ৰত, আনকি তেখেতে সকলো (ভাল কামৰ) ক্ষেত্ৰতে সোঁফালৰ পৰা আৰম্ভ কৰাটোক পছন্দ কৰিছিল।
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সন্মানযোগ্য তথা সকলো প্ৰকাৰ ভাল কাম সোঁফালেৰে আৰম্ভ কৰাটোক পছন্দ কৰিছিল তথা সোঁ হাতক প্ৰাধান্য দিছিল। গতিকে জোতা পিন্ধাৰ ক্ষেত্ৰত প্ৰথমে সোঁ ভৰিত পিন্ধিব লাগে, এইদৰে চুলি আৰু দাঢ়ি ফণিওৱাৰ ক্ষেত্ৰত আৰু তেল আদি দিয়াৰ ক্ষেত্ৰতো সোঁফালৰ পৰা আৰম্ভ কৰিব লাগে, এইদৰে অজু কৰাৰ সময়ত বাওঁ ভৰি আৰু বাওঁ হাতৰ আগত সোঁ ভৰি ধুব লাগে।
03

Benefits

নৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ এইটো চৰীয়তৰ এটা অন্যতম প্ৰসিদ্ধ নিয়ম যে, সন্মানীয় তথা উত্তম সকলো প্ৰকাৰ কাম যেনে- কাপোৰ পৰিধান কৰা, পেণ্ট বা পায়জামা পৰিধান কৰা, মোজা পৰিধান কৰা, মছজিদত প্ৰৱেশ কৰা, মিছৱাক কৰা, কাজল দিয়া, নখ কটা, মোচ কটা, মূৰৰ চুলি ফণিওৱা, কাষলতিৰ নোম পৰিষ্কাৰ কৰা, মূৰ খোৰোৱা, নামাজত ছালাম ফিৰোৱা, পৱিত্ৰতা অৰ্জন কৰিবলৈ শৰীৰৰ অংগ ধোৱা, শৌচালয়ৰ পৰা ওলোৱা, পানাহাৰ কৰা, মুচাফাহা কৰা, হাজৰে আছৱাদ স্পৰ্শ কৰা ইত্যাদি সকলো উত্তম কামতে সোঁফালৰ পৰা আৰম্ভ কৰা মুস্তাহাব তথা পছন্দনীয়। পক্ষান্তৰে ইয়াৰ বিপৰীত ক্ষেত্ৰত যেনে- শৌচালয়ত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত, মছজিদৰ পৰা বাহিৰ হোৱাৰ ক্ষেত্ৰত, শৌচ-প্ৰস্ৰাৱৰ পিছত পানী ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত, কাপোৰ খোলাৰ ক্ষেত্ৰত, মোজা আদি খোলাৰ ক্ষেত্ৰত বাওঁ ফালেৰে আৰম্ভ কৰা মুস্তাহাব তথা পছন্দনীয়। ইয়াৰ কাৰণ হৈছে সোঁ হাত আৰু সোঁফাল হৈছে সন্মানীয়।
হাদীছৰ শব্দ "يعجبه التيمن" অৰ্থাৎ তেখেতে সোঁফালক পছন্দ কৰিছিল। অৰ্থাৎ সোঁ হাতেৰে আৰু সোঁ ভৰিৰে কাম আৰম্ভ কৰিছিল আৰু সোঁফালেৰে আৰম্ভ কৰিছিল, লগতে সোঁহাতেৰে দিয়া লোৱা কৰিছিল।
নৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ অজুৰ কেইটামান অংগ ধোৱাৰ ক্ষেত্ৰত সোঁফাল পছন্দনীয় বুলি কোনো কথা নাই। যেনে- দুই কাণ, দুই হাতৰ পতা, দুই গাল আদি, বৰং এইবোৰ এবাৰতেই ধুব লাগে। যদি কোনোবাই অক্ষম হয়, যেনে- কোনো হাত কটা ব্যক্তি আদি, তেন্তে সোঁফালেৰে আৰম্ভ কৰা উচিত।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...