(কান্ধলৈকে) দীঘল (বাবৰি) চুলিবিশিষ্ট আৰু ৰঙা পোছাক পৰিহিত কোনো লোককেই মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামতকৈ অধিক ধুনীয়া দেখা নাই।
বাৰা ইবনে আঝিব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, (কান্ধলৈকে) দীঘল (বাবৰি) চুলিবিশিষ্ট আৰু ৰঙা পোছাক পৰিহিত কোনো লোককেই মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামতকৈ অধিক ধুনীয়া দেখা নাই। তেখেতৰ চুলিবোৰে তেখেতৰ কান্ধ স্পৰ্শ কৰিছিল। তেখেতৰ উভয় কান্ধৰ মাজত যথেষ্ট দূৰত্ব…
Read hadeeth
5Views
0Cards
0Shares

