افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#5932[ছহীহ]
HadeethEnc · 1.16.0

যি ব্যক্তিয়ে কোনোবা এখন ঠাইত থাকিবলৈ অৱতৰণ কৰে আৰু এই দুআ পাঠ কৰে (أعوذ بكلمات الله التَّامَّات من شرِّ ما خلَق) "আউজু বিকালিমাতিল্লাহিত তা-ম্মা-তি মিন শ্বাৰ্ৰি মা খালাক্ব"। সেই ব্যক্তি যেতিয়ালৈকে সেই ঠাই ত্যাগ কৰি গুচি নাযাব তেতিয়ালৈকে একোৱেই তেওঁক ক্ষতি কৰিব নোৱাৰিব।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

খাওলা বিন্তে হাকীম আচ-ছুলামিয়্যাহ ৰাদ্বিয়াল্লাহু আনহাই কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "যি ব্যক্তিয়ে কোনোবা এখন ঠাইত থাকিবলৈ অৱতৰণ কৰে আৰু এই দুআ পাঠ কৰে (أعوذ بكلمات الله التَّامَّات من شرِّ ما خلَق) "আউজু বিকালিমাতিল্লাহিত তা-ম্মা-তি মিন শ্বাৰ্ৰি মা খালাক্ব"। সেই ব্যক্তি যেতিয়ালৈকে সেই ঠাই ত্যাগ কৰি গুচি নাযাব তেতিয়ালৈকে একোৱেই তেওঁক ক্ষতি কৰিব নোৱাৰিব।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত তেওঁৰ উম্মতক উপকাৰী আশ্রয় প্রাৰ্থনাৰ প্রতি দিশ নিৰ্দেশনা দিছে। কোনো নতুন ঠাইলৈ ভ্ৰমণত গ'লে বা বিনোদনৰ উদ্দেশ্যে ক'ৰবাত ফুৰিবলৈ গ'লে নাইবা বেলেগ কোনো কাৰণত গ'লে তাত যিমান প্রকাৰ অনিষ্ট হোৱাৰ আশংকা থাকে ইয়াৰ দ্বাৰা সেই সকলোবোৰ প্রতিহত হয়। অৰ্থাৎ আল্লাহৰ এই পূৰ্ণাংগ বাণীৰ সহায়ত তেওঁৰ ফজল ও বৰকতত তেওঁৰ ওচৰত সুৰক্ষা বিচৰা হৈছে, আৰু সকলো প্ৰকাৰ ক্ষয়-ক্ষতিৰ পৰা নিৰাপত্তা কামনা কৰা হৈছে। আনকি ক্ষতি কৰিব পৰা সকলো সৃষ্টিৰ ক্ষতিৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা হৈছে। গতিকে এই দুআ পাঠ কৰাৰ পিছত সেই ব্যক্তি যেতিয়ালৈকে সেই ঠাইত অৱস্থান কৰিব তেতিয়া তেওঁ সকলো প্ৰকাৰ ক্ষতিকাৰক বস্তুৰ পৰা নিৰাপদ থাকিব।
03

Benefits

আশ্ৰয় প্ৰাৰ্থনা কৰাটোও হৈছে এটা ইবাদত। কিন্তু এই আশ্ৰয় প্ৰাৰ্থনা একমাত্ৰ আল্লাহৰ ওচৰত কৰিব লাগিব, আৰু তেওঁৰ নাম আৰু গুণাৱলীৰ দ্বাৰা কৰিব লাগিব।
আল্লাহৰ বাণীৰ সহায়ত আশ্ৰয় প্ৰাৰ্থনা কৰিব পাৰি। কাৰণ এইটোও আল্লাহৰেই এটা চিফাত বা গুণ। আনহাতে তেওঁৰ বাহিৰে আন কোনো মখলুকৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰাটো হৈছে শ্বিৰ্ক।
হাদীছটোত এই দুআৰ ফজিলত আৰু বৰকত বৰ্ণিত হৈছে।
জিকৰ-আজকাৰ বা দুআ পাঠ কৰাটো হৈছে অনিষ্টৰ পৰা সুৰক্ষিত থকাৰ অন্যতম এটা উপায়।
হাদীছটোৰ দ্বাৰা আল্লাহৰ বাহিৰে আনৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা বিষয়টোক খণ্ডন কৰা হৈছে, যেনে- জিন, যাদুকৰ আৰু অন্যান্য পাপিষ্ঠ লোকৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা।
ভ্ৰমণতে হওক বা আন কোনো নতুন ঠাইতে হওক অৱস্থান কৰাৰ সময়ত এই দুআ পাঠ কৰা উচিত।

Attribution

[(মুছলিম)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...