افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#5403[ছহীহ]
HadeethEnc · 1.16.0

প্ৰকৃত কৃপণ হৈছে সেই ব্যক্তি, যাৰ সন্মুখত মোৰ নাম লোৱা হয়, তথাপিও সি মোৰ প্ৰতি দৰূদ পাঠ নকৰে।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

হুছাইন বিন আলী ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহু চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "প্ৰকৃত কৃপণ হৈছে সেই ব্যক্তি, যাৰ সন্মুখত মোৰ নাম লোৱা হয়, তথাপিও সি মোৰ প্ৰতি দৰূদ পাঠ নকৰে।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নাম, তেখেতৰ উপনাম, বা তেখেতৰ বিষয়ে শুনাৰ পিছতো যিয়ে তেখেতৰ ওপৰত দৰূদ পাঠ নকৰে, তেনেকুৱা ব্যক্তিক তেখেতে সতৰ্ক কৰিছে আৰু কৈছেঃ সি হৈছে প্ৰকৃত তথা পূৰ্ণাংগ কৃপণ, যিয়ে তেখেতৰ বিষয়ে শুনাৰ পিছতো দৰূদ পাঠ নকৰে। কেইবাটাও প্ৰকাৰে কৃপণ যেনেঃ

প্ৰথমঃ কৃপণ এই কাৰণে যে, দৰূদ পাঠ কৰিলে তাৰ কোনো ক্ষতি নহয়, তথা কোনো টকাও ব্যয় নহয়, আনকি কষ্টও কৰিবলগীয়া নহয়, তথাপিও সি নপঢ়ে, সেইকাৰণে কৃপণ।

দ্বিতীয়ঃ ইয়াৰ ফলত সি নিজৰ ওপৰতে কৃপনালি কৰে, কাৰণ সি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দৰূদ পাঠৰ ছোৱাবৰ পৰা বঞ্চিত হয়। কিয়নো সি কৃপনালি কৰি দৰূদ পাঠ কৰা নাছিল আৰু হক আদায় কৰা নাছিল, লগতে তেখেতৰ নিৰ্দেশ পালন কৰা নাছিল, যিটো পালন কৰিলে ছোৱাব পোৱা যায়।

তৃতীয়ঃ দৰূদ পাঠ কৰিলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হক আদায় কৰা হয়। তেখেতেই আমাক দ্বিন শিকাইছে আৰু নিৰ্দেশনা দিছে। তেখেতেই আমাক আল্লাহৰ প্ৰতি আহ্বান কৰিছে, আমাৰ ওচৰলৈ অহীৰ বাৰ্তা আনিছে, আল্লাহৰ পিছত এইটোৱে হৈছে আমাৰ হিদায়তৰ কাৰণ। গতিকে যিয়ে তেখেতৰ প্ৰতি দৰূদ পাঠ নকৰে, সি নিজৰ ওপৰতে কৃপনালি কৰে। লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হক আদায়ৰ ক্ষেত্ৰত কৃপনালি কৰে।
03

Benefits

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দৰূদ পাঠ নকৰাটো হৈছে কৃপনালি।
সকলো সময়তে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দৰূদ পাঠ কৰাটো হৈছে অন্যতম এটা উত্তম ইবাদত। বিশেষকৈ তেখেতৰ নাম উল্লেখ হোৱাৰ সময়ত দৰূদ পাঠ কৰিবলৈ অধিক গুৰুত্ব প্ৰদান কৰা হৈছে।
ইমাম নাৱাৱীয়ে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দৰূদ পাঠ কৰাৰ সময়ত দৰূদ আৰু ছালাম একেলগে পাঠ কৰিব লাগে। কেৱল এইখিনি কোৱাটো যথেষ্ট নহয় (চাল্লাল্লাহু আলাইহি), আনহাতে কেৱল এইখিনি কোৱাটোও যথেষ্ট নহয় (আলাইহিচ্ছালাম)।
আবুল আলিয়াই এই আয়াতটোত উল্লেখ হোৱা চালাত সম্পৰ্কে কৈছে, মহান আল্লাহৰ বাণীঃ (إن الله وملائكته يصلون على النبي) নবীৰ প্ৰতি আল্লাহৰ চালাত হৈছে এই যে, সৰ্বশক্তিমান আল্লাহে নবীৰ প্ৰশংসা কৰে, আনহাতে ফিৰিস্তাসকলৰ চালাত হৈছে, তেওঁলোকে নবীৰ বাবে দুআ কৰে।
হালিমী ৰাহিমাহুল্লাহে কৈছেঃ (আল্লাহুম্মা চাল্লি আলা মুহাম্মদ)ৰ অৰ্থ হৈছে, হে আল্লাহ! তুমি পৃথিৱীত তেখেতৰ নাম সুউচ্চ কৰি দিয়া। তেখেতে লৈ অহা দ্বীনক জয়যুক্ত কৰা, তেখেতৰ চৰীয়তক অৱশিষ্ট ৰখা। পক্ষান্তৰে আখিৰাতত তেখেতৰ উম্মতৰ হৈ কৰা শ্বাফাআত গ্ৰহণ কৰা। লগতে ইয়াৰ উত্তম প্ৰতিদান দিয়া। সমগ্ৰ লোকৰ মাজত তেখেতক সৰ্বোচ্চ সন্মান প্ৰদান কৰি মাকামে মাহমূদত অধিষ্ঠিত কৰা। নৈকট্যৱানসকলৰ মাজত তেখেতক অগ্ৰাধিকাৰ দিয়া।

Attribution

[رواه الترمذي والنسائي في الكبرى وأحمد]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...