افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#3284[ছহীহ]
HadeethEnc · 1.16.0

যেতিয়া কোনো মুছলিম- বা মুমিন- ব্যক্তিয়ে অজু কৰে, সেই সময়ত তেওঁ যেতিয়া নিজৰ মুখ ধোৱে, তেতিয়া তেওঁৰ মুখমণ্ডলৰ পৰা অজুৰ পানীৰ সৈতে অথবা পানীৰ শেষ বিন্দুৰ সৈতে প্ৰত্যেক সেই গুনাহ নিগৰি পৰে যিটো তেওঁ নিজৰ দুচকুৰে কৰিছিল।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যেতিয়া কোনো মুছলিম- বা মুমিন- ব্যক্তিয়ে অজু কৰে, সেই সময়ত তেওঁ যেতিয়া নিজৰ মুখ ধোৱে, তেতিয়া তেওঁৰ মুখমণ্ডলৰ পৰা অজুৰ পানীৰ সৈতে অথবা পানীৰ শেষ বিন্দুৰ সৈতে প্ৰত্যেক সেই গুনাহ নিগৰি পৰে যিটো তেওঁ নিজৰ দুচকুৰে কৰিছিল।, আৰু যেতিয়া তেওঁ দুহাত ধোৱে, তেতিয়া তেওঁৰ দুই হাতৰ পৰা অজুৰ পানীৰ সৈতে অথবা পানীৰ শেষ বিন্দুৰ সৈতে প্ৰত্যেক সেই গুনাহ সৰি পৰে যিটো তেওঁ নিজৰ দুহাতেৰে কৰিছিল। এইদৰে যেতিয়া তেওঁ নিজৰ দুই ভৰি ধোৱে, তেতিয়া তেওঁৰ দুয়ো ভৰিৰ পৰা অজুৰ পানীৰ সৈতে অথবা পানীৰ শেষ বিন্দুৰ সৈতে ভৰিৰে খোজকাঢ়ি কৰা প্ৰতিটো পাপ সৰি পৰে। অৱশেষত তেওঁ সকলো গুনাহৰ পৰা পৱিত্ৰ হৈ ওলাই আহে।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্ট কৰিছে যে, যেতিয়া কোনো মুছলিম অথবা মুমিন ব্যক্তিয়ে অজু কৰে, আৰু অজু কৰাৰ সময়ত যেতিয়া মুখমণ্ডল ধোৱে, তেতিয়া তাৰ মুখমণ্ডলৰ পৰা প্ৰতিটো সৰু গুনাহ পানীৰ সৈতে সৰি পৰে, যিটো সি নিজৰ দুই চকুৰে কৰিছে, অথবা পানীৰ শেষৰ টোপালৰ সৈতে সৰি পৰে। এইদৰে যেতিয়া দুয়ো হাত ধোৱে, তেতিয়া তাৰ দুই হাতৰ পৰা প্ৰতিটো সৰু গুনাহ অজুৰ পানীৰ সৈতে অথবা পানীৰ শেষ বিন্দুৰ সৈতে সৰি পৰে, যিটো গুনাহ সি তাৰ নিজৰ দুহাতেৰে কৰিছিল। এইদৰে সি যেতিয়া নিজৰ দুই ভৰি ধোৱে, তেতিয়া তাৰ দুয়ো ভৰিৰ পৰা অজুৰ পানীৰ সৈতে অথবা পানীৰ শেষ বিন্দুৰ সৈতে প্ৰতিটো গুনাহ সৰি পৰে, যিটো সি নিজৰ ভৰিৰে খোজকাঢ়ি গৈ কৰিছিল। অৱশেষত সেই ব্যক্তি অজু শেষ কৰি প্ৰতিটো সৰু গুনাহৰ পৰা পৱিত্ৰ হৈ ওলাই আহে।
03

Benefits

নিয়মিত অজু কৰাৰ গুৰুত্ব, কাৰণ অজু কৰিলে গুনাহ মাফ হয়।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্যতম এটা আদৰ্শ হৈছে এই যে, তেখেতে মানুহক ছোৱাব আৰু প্ৰতিদান উল্লেখ কৰি ইবাদত আৰু নেককৰ্মৰ প্ৰতি উৎসাহিত কৰিছিল।
মানুহৰ প্ৰতিটো অংগৰ দ্বাৰা কিবা নহয় কিবা গুনাহ হয়। সেয়ে গুনাহ সেই অংগকে অনুসৰণ কৰে যিটোৰ দ্বাৰা সেই গুনাহটো কৰা হৈছে। সেয়ে তাওবা কৰিলে সেই অংগৰ পৰা সেই গুনাহ ওলাই আহে।
অজুৰ দ্বাৰা বাহ্যিক পৱিত্ৰতা লাভ হয়, যেতিয়া অজুৰ প্ৰতিটো অংগ ধোৱা হয়। এইদৰে অজুৰ দ্বাৰা আধ্যাত্মিক পৱিত্ৰতাও লাভ হয়, অজুৰ সময়ত পানীৰ টোপালৰ সৈতে গুনাহবোৰো সৰি পৰে।

Attribution

[(মুছলিম)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...