তোমালোকে আহলে কিতাবক সত্য বুলিও নক'বা আৰু মিছা বুলিও নক'বা, বৰং তোমালোকে কোৱা "আমি আল্লাহৰ প্ৰতি ঈমান আনিছোঁ আৰু সেই গ্ৰন্থৰ প্ৰতি ঈমান আনিছোঁ যিখন আমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে"।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ আহলে কিতাব (ইয়াহুদী)সকলে হিব্ৰু ভাষাত তাওৰাত পাঠ কৰিছিল আৰু মুছলিমসকলৰ বাবে আৰবীত ব্যাখ্যা কৰিছিল। এই পৰিপ্ৰেক্ষিতত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে (মুছলিমসকলক) কৈছিলঃ তোমালোকে আহলে কিতাবক সত্য বুলিও নক'বা আৰু মি…
Read hadeeth
2Views
0Cards
0Shares

