তেতিয়াহ'লে মোক সাক্ষী নকৰিবা। কাৰণ অন্যায়ৰ ক্ষেত্ৰত মই সাক্ষী নহওঁ।
নুমান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, তেওঁৰ মা আমৰা বিন্তু ৰাৱাহা তেওঁৰ পিতৃৰ ওচৰত নিজৰ পুত্ৰৰ বাবে কিছু পৰিমাণ সম্পদ হিবা কৰিবলৈ অনুৰোধ কৰিলে। কিন্তু তেওঁ এবছৰলৈকে বিষয়টোক আওকাণ কৰিলে। ইয়াৰ পিছত তেওঁ দিবলৈ মনস্থ কৰিলে। তেতিয়া তেওঁৰ মাকে ক'লেঃ আপুনি মো…
Read hadeeth
2Views
0Cards
0Shares

