افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#8883[ছহীহ]
HadeethEnc · 1.16.0

কোনেও যেন কাকো ফাছিক্ব বুলি গালি নিদিয়ে অথবা কুফৰৰ অপবাদ নিদিয়ে। কাৰণ এই বৈশিষ্ট্য যদি তাৰ ভিতৰত নাথাকে তেন্তে সেই অপবাদ দিয়া ব্যক্তিলৈ সেইটো উভতি আহে।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু জৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ "কোনেও যেন কাকো ফাছিক্ব বুলি গালি নিদিয়ে অথবা কুফৰৰ অপবাদ নিদিয়ে। কাৰণ এই বৈশিষ্ট্য যদি তাৰ ভিতৰত নাথাকে তেন্তে সেই অপবাদ দিয়া ব্যক্তিলৈ সেইটো উভতি আহে।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সতৰ্ক কৰিছে যে, কোনেও যেন কাৰোবাক এই বুলি নামাতে যে, হে ফাছিক্ব অথবা হে কাফিৰ। কাৰণ সি যি নামেৰে তাক মাতিছে, সেইটো যদি তাৰ মাজত নাথাকে তেন্তে সেইটো সেই ব্যক্তিলৈ উভতি আহিব যিয়ে এনেকুৱা নামেৰে মাতিছে। কিন্তু যদি এই বৈশিষ্ট্য সেই ব্যক্তিৰ মাজত থাকে তেন্তে সেইটো উভতি নাহিব, কাৰণ সি সত্য কথাই কৈছে।
03

Benefits

চৰীয়তিভাৱে প্ৰমাণিত নোহোৱাকৈ কাৰোবাক ফাছিক্ব বা কুফৰৰ অপবাদ দিয়া হাৰাম।
মানুহৰ ওপৰত যিকোনো ৰায়দানৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা আৰু তথ্য পৰীক্ষা কৰি কোৱা অনিবাৰ্য্য।
ইবনু দাক্বীকুল ঈদে কৈছেঃ এইটো এটা কঠিন সতৰ্কবাণী, যিয়ে কোনো এজন মুছলিমক কাফিৰ বুলি অপবাদ দিয়ে, অথচ সি কাফিৰ নহয়। এইটো এটা ডাঙৰ সমস্যা।
ইবনে হাজাৰ আল-আছক্বলানীয়ে কৈছে: কাকো 'ফাছিক' বুলি কোৱাৰ অৰ্থ এইটো নহয় যে তেওঁ সঁচাকৈ ফাছিক বা কাফিৰ। কিন্তু ইয়াৰ অৰ্থ এইটোও নহয় যে এনে কথা কোৱা ব্যক্তি গুনাহগাৰ নহয়। এই ক্ষেত্ৰত দুটা দিশ আছে: যদি তেওঁ এই কথা উপদেশৰ উদ্দেশ্যে কয় বা আনক সেই ব্যক্তিৰ অৱস্থাৰ পৰা সতৰ্ক কৰাৰ বাবে কয়, তেন্তে এইটো বৈধ। কিন্তু যদি তেওঁৰ উদ্দেশ্য সেই ব্যক্তিক বদনাম কৰা, অপমান কৰা, বা কষ্ট দিয়া হয়, তেন্তে এইটো হাৰাম। কাৰণ চৰীয়তি বিধান মতে, সেই ব্যক্তিৰ ভুল-ত্ৰুটি গোপন ৰখা আৰু উত্তম পন্থাৰে তাক বুজাই দিয়া প্ৰয়োজন। যিহেতু ইয়াত নম্ৰতা আৰু ভদ্ৰতাৰ সৈতে সমাধান কৰাৰ উপায় আছে, তেনেক্ষেত্ৰত কঠোৰতা অৱলম্বন কৰা বৈধ নহয়। কাৰণ কঠোৰ মনোভাৱে সাধাৰণতে মানুহক সেই পাপত আৱদ্ধ কৰি ৰাখিবলৈ সুযোগ দিয়ে, বিশেষকৈ যেতিয়া হুকুম দিয়া ব্যক্তি গৰাকী, সেই ব্যক্তিৰ তুলনাত তলৰ পৰ্যায়ৰ হয়।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...