افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#8341[ছহীহ]
HadeethEnc · 1.16.0

জান্নাতীসকলে যেতিয়া জান্নাতত প্ৰৱেশ কৰিব, তেতিয়া এজন আহ্বানকাৰীয়ে আহ্বান কৰি ক'বঃ এতিয়াৰ পৰা তোমালোকে সদায় সু-স্বাস্থ্যৱান হৈ থাকিবা, তোমালোকক কেতিয়াও বেমাৰ-আজাৰে স্পৰ্শ নকৰিব। তোমালোকে চিৰস্থায়ী জীৱন লাভ কৰিবা, তোমালোকৰ কেতিয়াও মৃত্যু নহ'ব। তোমালোকে সদায় যৌৱন অৱস্থাত থাকিবা, কেতিয়াও বৃদ্ধা অৱস্থাত উপনীত নহ'বা। তোমালোকে নিৰৱচ্ছিন্ন সুখ শান্তিত থাকিবা, কেতিয়াও অভাৱ অনাটনে তোমালোকক স্পৰ্শ নকৰিব।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু ছাঈদ খুদৰী আৰু আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুমাই বৰ্ণনা কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "জান্নাতীসকলে যেতিয়া জান্নাতত প্ৰৱেশ কৰিব, তেতিয়া এজন আহ্বানকাৰীয়ে আহ্বান কৰি ক'বঃ এতিয়াৰ পৰা তোমালোকে সদায় সু-স্বাস্থ্যৱান হৈ থাকিবা, তোমালোকক কেতিয়াও বেমাৰ-আজাৰে স্পৰ্শ নকৰিব। তোমালোকে চিৰস্থায়ী জীৱন লাভ কৰিবা, তোমালোকৰ কেতিয়াও মৃত্যু নহ'ব। তোমালোকে সদায় যৌৱন অৱস্থাত থাকিবা, কেতিয়াও বৃদ্ধা অৱস্থাত উপনীত নহ'বা। তোমালোকে নিৰৱচ্ছিন্ন সুখ শান্তিত থাকিবা, কেতিয়াও অভাৱ অনাটনে তোমালোকক স্পৰ্শ নকৰিব।" সৰ্বশক্তিমান আল্লাহে এই কথাষাৰকে এই আয়াতত কৈছেঃ "তেওঁলোকক সম্বোধন কৰি কোৱা হ’ব, ‘তোমালোকে যি কৰিছিলা তাৰ বাবেই তোমালোকক এই জান্নাতৰ উত্তৰাধিকাৰী কৰা হৈছে’।" (ছুৰা আল-আৰাফঃ ৪৩)
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, জান্নাতীসকলক এজন আহ্বানকাৰীয়ে আহ্বান কৰি ক'ব যে, হে জান্নাতীসকল, এই জান্নাতত তোমালোকে সদায় সুস্থ থাকিবা, ইয়াত তোমালোকৰ কোনো ধৰণৰ বেমাৰ-আজাৰ নহ'ব, সৰুতকৈ সৰু বেমাৰো নহ'ব। ইয়াত তোমালোকে চিৰস্থায়ী জীৱন লাভ কৰিবা, ইয়াত কেতিয়াও তোমালোকৰ মৃত্যু নহ'ব, আনকি টোপনিও নধৰিব, কাৰণ টোপনিও হৈছে এক প্ৰকাৰ মৃত্যু। ইয়াত তোমালোকে সদায় যুৱক হৈ থাকিবা, কেতিয়াও বৃদ্ধ নহ'বা। ইয়াত তোমালোকে সদায় সুখ শান্তিত থাকিবা, ইয়াত অভাৱ অনাটন, দুখ কষ্ট একোৱে স্পৰ্শ নকৰিব। এইকাৰণে সৰ্বশক্তিমান আল্লাহে কৈছেঃ "তেওঁলোকক সম্বোধন কৰি কোৱা হ’ব, ‘তোমালোকে যি কৰিছিলা তাৰ বাবেই তোমালোকক এই জান্নাতৰ উত্তৰাধিকাৰী কৰা হৈছে’।" (ছুৰা আল-আৰাফঃ ৪৩)
03

Benefits

পাৰ্থিৱ জীৱনৰ সুখ শান্তিক সংকুচিত কৰিব পৰা বস্তু হৈছে চাৰিটা, মানুহজন যিমানেই সমৃদ্ধশালী নহওক কিয়। সেইবোৰ হৈছে, বেমাৰ, মৃত্যু, বৃদ্ধাৱস্থা, ভয়-ভীতিৰ কাৰণে দুখ কষ্ট তথা অশান্তি, সেয়া শত্ৰুৰ ভয় হওক বা অভাৱ অনাটনৰ নাইবা যুদ্ধৰ ভয় ইত্যাদি। কিন্তু জান্নাতীসকল এই সকলোবোৰৰ পৰা সুৰক্ষিত থাকিব। সেয়ে জান্নাতীসকলে পূৰ্ণাংগ নিয়ামত অৰ্জন কৰিব।
পাৰ্থিৱ সুখ শান্তি আৰু জান্নাতৰ সুখ শান্তিৰ মাজত আছে আকাশ-পাতাল ব্যৱধান। কাৰণ জান্নাতৰ সুখ শান্তি উপভোগ কৰাৰ সময়ত কোনো ভয়-ভীতি নাথাকিব, সেইবোৰ হৈছে চিৰস্থায়ী। আনহাতে পাৰ্থিৱ সুখ শান্তি হৈছে ক্ষণস্থায়ী, ইয়াৰ ভিতৰত দুখ কষ্ট আৰু বেমাৰ আজাৰো থাকে।
এনেকুৱা সৎকৰ্ম কৰিবলৈ উৎসাহিত কৰা হৈছে যিবোৰে জান্নাতৰ নিয়ামত উপভোগ কৰাৰ সুযোগ প্ৰদান কৰে।

Attribution

[(মুছলিম)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...