ফৰজ নামাজৰ ইকামত হোৱাৰ পিছত, সেই ফৰজ নামাজৰ বাহিৰে বেলেগ আন কোনো নামাজ নহয়।
Choose an available translation of this Hadeeth
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ফৰজ নামাজৰ ইকামত হোৱাৰ পিছত, সেই ফৰজ নামাজৰ বাহিৰে বেলেগ আন কোনো নামাজ নহয়।"
Explanation
Benefits
ফৰজ নামাজৰ ইকামত হোৱাৰ পিছত যিকোনো নফল নামাজ আৰম্ভ কৰা নিষিদ্ধ, সেয়া ছুনানে ৰাৱাতিবে নহওক কিয়, যেনে- ফজৰ, জোহৰ আদি নামাজৰ ছুন্নত।
যদি কোনোবাই নামাজ পঢ়ি আছে সেই সময়তে ইকামত হৈ যায়, আৰু তাৰ এক ৰাকাততকৈ কম বাকি থাকে, তেন্তে সেই ব্যক্তিয়ে চুটিকৈ নামাজটো পঢ়ি শেষ কৰা উচিত। অন্যথা যদি এক ৰাকাততকৈ বেছি থাকে তেন্তে নামাজ ভংগ কৰি জামাআতত চামিল হোৱা উচিত, যাতে তাকবীৰে তাহৰীমাৰ ফজীলত অৰ্জন কৰিব পাৰে।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

