তোমালোকে আগতে প্ৰথম শাৰী পূৰ কৰিবা, তাৰ পিছত পৰৱৰ্তী শাৰী পূৰ কৰিবা। যদি কোনো শাৰী অসম্পূৰ্ণ থাকে তেন্তে সেইটো যাতে শেষৰ শাৰী হয়।
Choose an available translation of this Hadeeth
Hadeeth text
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "তোমালোকে আগতে প্ৰথম শাৰী পূৰ কৰিবা, তাৰ পিছত পৰৱৰ্তী শাৰী পূৰ কৰিবা। যদি কোনো শাৰী অসম্পূৰ্ণ থাকে তেন্তে সেইটো যাতে শেষৰ শাৰী হয়।"
Explanation
Benefits
মুচল্লীসকলৰ উচিত যে, তেওঁলোকে সন্মুখৰ শাৰীবোৰ যাতে অসম্পূৰ্ণ নাৰাখে। যদি ক'ৰবাত অসম্পূৰ্ণ ৰাখিবলগীয়া হয় তেন্তে সেইটো যাতে হয় শেষৰ শাৰীত।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

