افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#65566[ছহীহ]
HadeethEnc · 1.16.0

যেতিয়া কোনো মানুহ মৃত্যুবৰণ কৰে, তেতিয়া তাৰ আমলৰ দুৱাৰ বন্ধ হৈ যায়, কেৱল তিনিটা উপায়ৰ বাহিৰেঃ চাদাক্বাহ জাৰিয়াহ, এনেকুৱা বিদ্যা যিটোৰ দ্বাৰা মানুহে উপকৃত হয়, আৰু এনেকুৱা নেক সন্তান যিয়ে তাৰ বাবে দুআ কৰে।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যেতিয়া কোনো মানুহ মৃত্যুবৰণ কৰে, তেতিয়া তাৰ আমলৰ দুৱাৰ বন্ধ হৈ যায়, কেৱল তিনিটা উপায়ৰ বাহিৰেঃ চাদাক্বাহ জাৰিয়াহ, এনেকুৱা বিদ্যা যিটোৰ দ্বাৰা মানুহে উপকৃত হয়, আৰু এনেকুৱা নেক সন্তান যিয়ে তাৰ বাবে দুআ কৰে।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মানুহৰ মৃত্যুৰ লগে লগে তাৰ আমলৰ দুৱাৰসমূহ বন্ধ হৈ যায়, কেৱল তিনিটা উপায়ৰ বাহিৰে মৃত্যুৰ পিছত নেকী অৰ্জন কৰাৰ আন কোনো উপায় নাথাকে। সেয়া হৈছেঃ

প্ৰথমঃ এনেকুৱা চাদাক্বাহ যিটোৰ ছোৱাব নিৰৱচ্ছিন্ন, যেনে- কোনো বস্তু ওৱাকফ কৰা, মছজিদ নিৰ্মাণ কৰা, কুঁৱা বা দমকল আদিৰ দ্বাৰা পানীৰ ব্যৱস্থা কৰা ইত্যাদি।

দ্বিতীয়ঃ এনেকুৱা উত্তম জ্ঞান যিটোৰ দ্বাৰা মানুহে উপকৃত হয়। যেনে- উপকাৰী জ্ঞান সম্বলিত কিতাপ সংকলন কৰা, কাৰোবাক জ্ঞান শিক্ষা দিয়া, সেই ব্যক্তি তেওঁৰ মৃত্যুৰ পিছত সেই জ্ঞান প্ৰচাৰ-প্ৰসাৰ কৰে।

তৃতীয়ঃ নেক মুমিন সন্তান যিয়ে পিতৃ-মাতৃৰ বাবে দুআ কৰে।
03

Benefits

বিশেষজ্ঞ উলামাসকল এই কথাত একমত যে, মৃত্যুৰ পিছত মানুহে যিবোৰ উপায়ে ছোৱাব লাভ কৰে, তাৰে অন্যতম হৈছে, চাদাক্বাহ জাৰিয়াহ, আৰু এনেকুৱা উপকাৰী জ্ঞান যাৰ দ্বাৰা মানুহে উপকৃত হয়, লগতে আন এটা হৈছে দুআ। অন্যান্য হাদীছত হজ্জৰ কথাও উল্লেখ হৈছে।
হাদীছত এই তিনিটা বিষয়ক নিৰ্দিষ্ট কৰাৰ কাৰণ হৈছে, এই তিনিটা হৈছে কল্যাণৰ মূল। এইকাৰণেই জ্ঞানী তথা গুণসম্পন্ন মানুহে নিজৰ পিছতো এইবোৰক সংৰক্ষণ কৰি ৰাখিব বিচাৰে।
প্ৰত্যেক উপকাৰী ইল্মৰ দ্বাৰাই ছোৱাব অৰ্জন হয়, কিন্তু বিশেষকৈ শ্বাৰয়ী ইল্ম আৰু ইয়াৰ সমৰ্থনকাৰী বিজ্ঞানৰ গুৰুত্ব আৰু স্থান হৈছে আটাইতকৈ ওপৰত।
উক্ত বিষয় তিনিটাৰ ভিতৰত জ্ঞান হৈছে আটাইতকৈ উপকাৰী; কাৰণ মানুহে শিকা জ্ঞানে তাক উপকৃত কৰে, আৰু এই জ্ঞানৰ দ্বাৰাই চৰীয়ত সুৰক্ষিত থাকে। জ্ঞানে ব্যক্তিগত বিকাশ আৰু আধ্যাত্মিক উন্নতিৰ লগতে সামগ্ৰিকভাৱে সমাজৰ উন্নতিত অৰিহণা যোগায়। কাৰণ এই জ্ঞান আপোনাৰ জীৱনকালত মানুহে শিকে আৰু আপোনাৰ মৃত্যুৰ পিছতো সেয়া বিদ্যমান থাকে।
নেক সন্তান লালন-পালন কৰিবলৈ উৎসাহিত কৰা হৈছে। কাৰণ এনেকুৱা সন্তানেই পিতৃ-মাতৃক আখিৰাতত উপকৃত কৰে। এওঁলোকৰ দুআৰ জৰিয়তে তেওঁলোক উপকৃত হয়।
পিতৃ-মাতৃৰ মৃত্যুৰ পিছতো তেওঁলোকৰ সৈতে এহছান কৰিবলৈ উৎসাহিত কৰা হৈছে। এইটোও হৈছে এক প্ৰকাৰ নেকী, ইয়াৰ ফলতো সন্তানে উপকৃত হ'ব।
দুআৰ দ্বাৰা মৃত ব্যক্তি উপকৃত হয়, যদিও দুআকাৰী তেওঁৰ সন্তান হওক বা নহওক। কিন্তু হাদীছটোত সন্তানৰ কথা এইকাৰণে নিৰ্দিষ্ট কৰা হৈছে, কাৰণ অন্য ব্যক্তিৰ তুলনাত সন্তানে মৃত্যুবৰণ নকৰালৈকে দুআ কৰিব।

Attribution

[(মুছলিম)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...