افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#5952[ছহীহ]
HadeethEnc · 1.16.0

তিনি প্ৰকাৰ লোকৰ সৈতে কিয়ামতৰ দিনা আল্লাহে কথা নক’ব, আৰু সিহঁতক পৱিত্ৰও নকৰিব আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

ছালমান আল-ফাৰিছী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "তিনি প্ৰকাৰ লোকৰ সৈতে কিয়ামতৰ দিনা আল্লাহে কথা নক’ব, আৰু সিহঁতক পৱিত্ৰও নকৰিব আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি: চুলিবিশিষ্ট বৃদ্ধ ব্যভিচাৰী, দৰিদ্ৰ অহংকাৰী ব্যক্তি, আৰু এজন হৈছে এনেকুৱা ব্যক্তি যাক আল্লাহে পণ্যদ্ৰৱ্য দান কৰিছে, কিন্তু সি শপত নোখোৱাকৈ ক্ৰয়ো নকৰে আৰু বিক্ৰীও নকৰে।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত তিনি প্ৰকাৰ লোকৰ বিষয়ে জনাইছে যে, কিয়ামতৰ দিনা সিহঁতে তিনিটা শাস্তিৰ সন্মুখীন হ'ব, যদি সিহঁতে তাওবা নকৰে আৰু যদি সিহঁতৰ শাস্তি ক্ষমা কৰি দিয়া নহয়ঃ প্ৰথম: মহান আল্লাহে তীব্ৰ ক্ৰোধান্বিত হোৱাৰ কাৰণে কিয়ামতৰ দিনা সিহঁতৰ সৈতে কথা নাপাতিব, বৰং তেওঁ সিহঁতৰ পৰা মুখ ঘূৰাই ল’ব, অথবা সিহঁতৰ সৈতে এনে ধৰণৰ কথা ক'ব, যি কথাই সিহঁতক সন্তুষ্ট নকৰিব আৰু তেওঁ সিহঁতৰ প্ৰতি নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিব।" দ্বিতীয়ঃ তেওঁ সিহঁতক পৱিত্ৰ নকৰিব আৰু সিহঁতৰ কোনো ধৰণৰ প্ৰশংসাও নকৰিব, আৰু সিহঁতৰ গুনাহ খাতাও মাফ নকৰিব। তৃতীয়ঃ আখিৰাতত সিহঁতে অত্যন্ত কষ্টদায়ক শাস্তি ভোগ কৰিব। এই তিনি শ্ৰেণীৰ লোক হৈছেঃ প্ৰথমঃ বৃদ্ধ ব্যক্তি, যিয়ে এই বয়সতো ব্যভিচাৰ কৰে। দ্বিতীয়ঃ এনেকুৱা দৰিদ্ৰ ব্যক্তি, যাৰ ধন-সম্পদ একো নাই তথাপিও সি মানুহৰ প্ৰতি অহংকাৰ কৰে। তৃতীয়ঃ এনেকুৱা ব্যক্তি যিয়ে ক্ৰয়-বিক্ৰয়ৰ সময়ত প্ৰায়ে আল্লাহৰ শপত খায়, ফলত সি আল্লাহৰ মহান নামৰ অৱমাননা কৰে, আৰু ইয়াক অৰ্থ উপাৰ্জনৰ উপায় হিচাপে ব্যৱহাৰ কৰে।
03

Benefits

কাজী আয়াজে এই কঠিন শাস্তিৰ কাৰণ ব্যাখ্যা কৰি কৈছে যে, উপৰোক্ত প্ৰত্যেকেই উল্লিখিত গুনাহ এনেকুৱা অৱস্থাত কৰিছে, যেতিয়া সেই পাপকৰ্মটো তাৰ পৰা অত্যন্ত দূৰত আছিল, আৰু সেইটো কৰাৰ কোনো প্ৰয়োজনো নাছিল, লগতে প্ৰবৃত্তিৰ চাহিদা বা স্বাভাৱিক কোনো আকৰ্ষণো নাছিল। যদিও কোনো গুনাহেই ক্ষমাযোগ্য নহয়, কিন্তু যিহেতু এই গুনাহবোৰ কোনো জৰুৰী প্ৰয়োজন নোহোৱাকৈ কৰা হৈছে আৰু স্বাভাৱিক কোনো আকৰ্ষণ নোহোৱাকৈ কৰিছে, গতিকে সিহঁতে ইচ্ছাকৃতভাৱে আল্লাহৰ আদেশক তুচ্ছজ্ঞান কৰিছে আৰু আল্লাহৰ নাফৰমানী কৰিছে। ইয়াৰ বাহিৰে সিহঁতৰ এই গুনাহৰ বেলেগ কোনো প্ৰয়োজন নাছিল।"
জিনা, মিছা কথা আৰু অহংকাৰ হৈছে মহাপাপ।
সত্যক অস্বীকাৰ কৰা আৰু মানুহক হেয় প্ৰতিপন্ন কৰাটোৱে হৈছে অহংকাৰ।
বেচা-কিনাত অতিৰিক্ত শপত খোৱাৰ পৰা সতৰ্ক কৰা হৈছে, আৰু শপতক মৰ্যাদা দিবলৈ উৎসাহিত কৰা হৈছে, লগতে আল্লাহৰ নামসমূহৰ উচিত মৰ্যাদা ৰক্ষা কৰাৰ প্ৰতি উৎসাহিত কৰা হৈছে। মহান আল্লাহে কৈছে: "আৰু তোমালোকে আল্লাহৰ (নামৰ) শপতক তোমালোকৰ আহিলা হিচাপে ব্যৱহাৰ নকৰিবা" (ছুৰা আল-বাক্বাৰাহ: ২২৪)।

Attribution

[رواه الطبراني]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...