افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#5888[ছহীহ]
HadeethEnc · 1.16.0

তোমালোকে নাৰীসকলৰ ওচৰলৈ যোৱাৰ পৰা বিৰত থাকা।" এজন আনচাৰী ব্যক্তিয়ে সুধিলে, হে আল্লাহৰ ৰাছুল! দেৱৰ সম্পৰ্কে আপোনাৰ অভিমত কি? তেখেতে ক'লেঃ "দেৱৰ হৈছে মৃত্যু সমতুল্য"।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

উক্ববাহ বিন আমিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে নাৰীসকলৰ ওচৰলৈ যোৱাৰ পৰা বিৰত থাকা।" এজন আনচাৰী ব্যক্তিয়ে সুধিলে, হে আল্লাহৰ ৰাছুল! দেৱৰ সম্পৰ্কে আপোনাৰ অভিমত কি? তেখেতে ক'লেঃ "দেৱৰ হৈছে মৃত্যু সমতুল্য"।
02

Explanation

গাইৰ মাহৰাম (এনেকুৱা নাৰী যাৰ সৈতে বিবাহ বৈধ) নাৰীৰ সৈতে মিশ্ৰিত পৰিৱেশত থাকিবলৈ অথবা একত্ৰিত হ'বলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সতৰ্ক কৰিছে। তেখেতে কৈছেঃ তোমালোকে নাৰীসকলৰ কাষত যোৱাৰ পৰা বিৰত থাকা, এইদৰে নাৰীসকলেও যাতে তোমালোকৰ কাষ চাপিব নোৱাৰে।

তেতিয়া এজন আনচাৰী ব্যক্তিয়ে সুধিলেঃ স্বামীৰ আত্মীয় সম্পৰ্কে আপোনাৰ অভিমত কি? যেনে- স্বামীৰ ভাই, ভতিজা, খুৰা, খুৰাৰ ল'ৰা, ভাগিন আদি, যিসকলৰ সৈতে বিবাহ বৈধ, যদিও সিহঁত বিবাহিত নহয়?

তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তাক এনেকৈ ভয় কৰা যেনেকৈ মৃত্যুক ভয় কৰা হয়।কাৰণ দেৱৰৰ সৈতে নিৰ্জনতাই ফিতনা তথা ধৰ্মীয় ধ্বংসৰ প্ৰতি লৈ যায়। স্বামীৰ পিতা আৰু পুত্ৰৰ বাহিৰে অন্যান্য আত্মীয় পৰ পুৰুষতকৈও অধিক পৰ্দাযোগ্য। কিয়নো পৰ পুৰুষৰ তুলনাত স্বামীৰ আত্মীয়ৰ সৈতে নিৰ্জনতা খুবেই স্বাভাৱিক। সেয়ে অন্য ব্যক্তিৰ তুলনাত ইহঁতৰ পৰা অনিষ্ট সাধন হোৱাৰ আশংকা বেছি। কাৰণ কোনো বাধা নোহোৱাকৈ স্বাভাৱিকতে ইহঁতৰ সৈতে নিৰ্জনতা সম্ভৱ। কিছুমান ক্ষেত্ৰত ইহঁতৰ পৰা পৰ্দাও অসম্ভৱ হয়। সেয়ে সাধাৰণতে এই ক্ষেত্ৰত নৰম পন্থা অৱলম্বন কৰা দেখা যায়, আৰু দেৱৰে নবৌৰ সৈতে মিশ্ৰিত পৰিৱেশত থকা পৰিলক্ষিত হয়। অনিষ্ট আৰু ক্ষতিৰ দিশ বিবেচনা কৰিলে এইটো হৈছে মৃত্যু সমতুল্য। পক্ষান্তৰে পৰপুৰুষৰ ক্ষেত্ৰত এই আশংকা নাথাকে, কাৰণ তাৰ পৰা আঁতৰি থাকিবলৈ সতৰ্ক কৰা হৈছে।
03

Benefits

অশ্লীলতাৰ দুৱাৰ বন্ধ কৰিবলৈ গাইৰ মাহৰামৰ সৈতে নিৰ্জনতা নিষিদ্ধ ঘোষণা কৰা হৈছে।
স্বামীৰ ভাতৃ আৰু আত্মীয়কে আদি কৰি সকলো গাইৰ মাহৰামৰ ক্ষেত্ৰতে বিষয়টো ব্যাপকভাৱে প্ৰযোজ্য। পুৰুষৰ প্ৰৱেশ যাতে নিৰ্জনতাত নহয় এইটোৰ প্ৰতি গুৰুত্ব দিয়াটো বাঞ্ছনীয়।
সাধাৰণতে ভুল হ'ব পৰা স্থানৰ পৰা আঁতৰি থকা উচিত, যাতে অনিষ্ট সাধন নহয়।
নাৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ ভাষা বিশেষজ্ঞসকল এই ক্ষেত্ৰত একমত যে, আৰবী ভাষাত (الأحْمَاء) কোৱা হয় স্বামীৰ আত্মীয়ক, যেনে- পিতৃ, খুৰা, ভাই, ভতিজা, কাজিন আদি। পক্ষান্তৰে (الأَخْتَان) কোৱা হয় স্ত্ৰীৰ আত্মীয়ক, শহুৰ গোষ্ঠী এই দুটা শ্ৰেণীৰে অন্তৰ্ভুক্ত।
দেৱৰক মৃত্যুৰ সৈতে তুলনা কৰা হৈছে। ইবনু হাজাৰ ৰাহিমাহুল্লাহে কৈছেঃ আৰবীয়ানসকলে অপছন্দনীয় বস্তুক মৃত্যুৰ সৈতে তুলনা কৰে। ইয়াত তুলনা কৰাৰ কাৰণ হৈছে যে, এইটো ধৰ্মীয় ক্ষেত্ৰত মৃত্যুৰ সমতুল্য, যদি পাপকৰ্মত লিপ্ত হয়। কাৰণ বিবাহিত কোনোবাই এনেকুৱা অশ্লীলতাত লিপ্ত হ'লে তাইৰ শাস্তি হৈছে মৃত্যুদণ্ড। লগতে এনেকুৱা বিষয়ত স্বামী স্ত্ৰীৰ মাজত বিচ্ছেদ ঘটে, তথা স্বামীয়ে আত্ম মৰ্যাদা ৰক্ষা কৰিবলৈ স্ত্ৰীক তালাক দিয়ে।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...