افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#5542[ছহীহ]
HadeethEnc · 1.16.0

আজহাবিল বা'ছ, ৰাব্বান্না-ছ, অশ্বফি আনতাশ্ব শ্বা-ফী, লা শ্বিফা-আ ইল্লা শ্বিফা-উক, শ্বিফা-আন লা ইগাদিৰু ছাক্বামা।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া কোনো বেমাৰী ব্যক্তিৰ ওচৰলৈ আহিছিল, তেতিয়া তেখেতে তাৰ বাবে এই দুআ কৰিছিলঃ "আজহাবিল বা'ছ, ৰাব্বান্না-ছ, অশ্বফি আনতাশ্ব শ্বা-ফী, লা শ্বিফা-আ ইল্লা শ্বিফা-উক, শ্বিফা-আন লা ইগাদিৰু ছাক্বামা।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া কোনো বেমাৰী ব্যক্তিক চাবলৈ গৈছিল, তেতিয়া তেখেতে তাৰ বাবে দুআ কৰি কৈছিলঃ ভাৱাৰ্থঃ হে আল্লাহ! বেমাৰৰ এই কষ্ট দূৰ কৰি দিয়া। হে মানুহৰ প্ৰতিপালক! এই বেমাৰৰ পৰা তাক আৰোগ্য প্ৰদান কৰা। হে আৰোগ্য প্ৰদানকাৰী মহান আল্লাহ! তুমিয়েই শ্বিফা দানকাৰী, তোমাৰ শ্বিফাৰ বাহিৰে কাৰো শ্বিফা প্ৰদান কৰাৰ ক্ষমতা নাই। তুমি এনেকৈ শ্বিফা প্ৰদান কৰা, যাতে কোনো বেমাৰ বাকী নাথাকে।
03

Benefits

সৰ্বশক্তিমান আল্লাহেই হৈছে একমাত্ৰ শ্বিফা প্ৰদানকাৰী। আনহাতে ডাক্তৰ আৰু ঔষধ আদি হৈছে উপায় মাত্ৰ, আল্লাহৰ অনুমতি নোহোৱাকৈ এইবোৰে উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে।
বেমাৰীক সাক্ষাৎ কৰিবলৈ যোৱাটো হৈছে মুছলিমৰ অধিকাৰ। পৰিয়ালৰ হকে এই দায়িত্ব আৰু অধিক।
বেমাৰীক সাক্ষাৎ কৰিবলৈ যোৱা ব্যক্তিক উৎসাহিত কৰা হৈছে যে, তেওঁ যেন বেমাৰীৰ হকে এই প্ৰমাণিত দুআটো পাঠ কৰি দুআ কৰে।
কোৰআনী আয়াতৰ জৰিয়তে আৰু উত্তম দুআৰ জৰিয়তে ৰুকিয়া শ্বাৰইয়্যা (চৰীয়তি জৰাফুঁকা) কৰাটো হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্যতম এটা আদৰ্শ। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিজেই নিজকে জৰাফুঁকা কৰিছিল যেতিয়া তেখেত অসুস্থ হৈছিল। এইদৰে তেখেতৰ পৰিয়ালৰ কোনোবাই বেমাৰত পৰিলেও তেখেতে ৰুকিয়া কৰিছিল।
ইবনু হাজাৰ ৰাহিমাহুল্লাহে কৈছেঃ এইটো এটা প্ৰশ্ন হ'ব পাৰে যে, বেমাৰ হ'লে যিহেতু গুনাহ মাফ হয় আৰু ছোৱাব লাভ হয়, যিটো বিভিন্ন হাদীছৰ দ্বাৰা প্ৰমাণিত, তেনে ক্ষেত্ৰত বেমাৰীৰ আৰোগ্য লাভৰ বাবে দুআ কৰাৰ কি প্ৰয়োজন। ইয়াৰ উত্তৰ হৈছে এই যে, দুআ হৈছে এক প্ৰকাৰ ইবাদত। এইটো ছোৱাব অৰ্জন আৰু প্ৰায়শ্চিত্তৰ পৰিপন্থী নহয়। কিয়নো এই দুয়োটা বস্তু বেমাৰৰ আৰম্ভণিতে লাভ হয়, যদি তাৰ ওপৰত ধৈৰ্য্য ধাৰণ কৰা হয়। দুআকাৰী ব্যক্তিয়ে দুটা উপকাৰৰ যিকোনো এটা নিশ্চয় লাভ কৰে, হয়তো তাৰ উদ্দেশ্য পূৰণ হয়, নাইবা ইয়াৰ ফলত কোনো বিপদ আপদ দূৰ হয়। এই সকলোবোৰ হৈছে আল্লাহৰ কৃপা।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...