افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#5470[ছহীহ]
HadeethEnc · 1.16.0

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ছাজদাত এই দুআটোও পাঠ কৰিছিলঃ "আল্লাহুম্মাগফিৰলী জাম্বী কুল্লাহ, দিক্কাহু অজিল্লাহ, ওৱা আওৱালাহু ওৱা আখিৰাহ, ওৱা আলানিয়্যাতাহু অছিৰ্ৰাহ।" (অৰ্থঃ হে আল্লাহ! মোৰ সৰু বৰ, আগৰ পিছৰ, প্ৰকাশ্য অপ্ৰকাশ্য সকলো গুনাহ ক্ষমা কৰি দিয়া।)

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ছাজদাত এই দুআটোও পাঠ কৰিছিলঃ "আল্লাহুম্মাগফিৰলী জাম্বী কুল্লাহ, দিক্কাহু অজিল্লাহ, ওৱা আওৱালাহু ওৱা আখিৰাহ, ওৱা আলানিয়্যাতাহু অছিৰ্ৰাহ।" (অৰ্থঃ হে আল্লাহ! মোৰ সৰু বৰ, আগৰ পিছৰ, প্ৰকাশ্য অপ্ৰকাশ্য সকলো গুনাহ ক্ষমা কৰি দিয়া।)
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ছাজদাত এই দুআ পাঠ কৰিছিল, ইয়াৰ ভাৱাৰ্থ হৈছেঃ (اللهم اغفر لي ذنبي) হে আল্লাহ! মোৰ গুনাহ ক্ষমা কৰি দিয়া, পৰ্দা কৰি দিয়া, মোচন কৰি দিয়া তথা মাৰ্জনা কৰি দিয়া আৰু ইয়াৰ শাস্তিৰ পৰা ৰক্ষা কৰা। (كله) সকলো, (دِقّه) সৰু হওক বা কম হওক। (وجِلّه) ডাঙৰ হওক বা অধিক হওক। (وأوله) আগৰ গুনাহ (وآخره) আৰু পিছৰ গুনাহ। (علانيته وسره) প্ৰকাশ্য অপ্ৰকাশ্য, যি সম্পৰ্কে একমাত্ৰ তুমিয়ে জানা।
03

Benefits

ইবনুল কায়্যিম ৰাহিমাহুল্লাহে কৈছেঃ সকলো ধৰণৰ গুনাহৰ পৰা ক্ষমা প্ৰাৰ্থনা কৰিব লাগে, সৰু হওক বা ডাঙৰ, প্ৰকাশ্য হওক বা অপ্ৰকাশ্য, আগৰ হওক বা পিছৰ, মুঠতে বান্দাই যি গুনাহ সম্পৰ্কে নিজে জানে আৰু যিটোৰ বিষয়ে সি নাজানে, সেই সকলো প্ৰকাৰ গুনাহৰ পৰা তাওবা কৰিব লাগে।
কোৱা হৈছে যে, ডাঙৰ গুনাহৰ আগত সৰু গুনাহৰ কথা প্ৰথমে উল্লেখ কৰাৰ কাৰণ হৈছে, সাধাৰণতে মানুহে কিবা সুধিলে সৰুৰ পৰা লাহে লাহে ওপৰলৈ যায়। লগতে এইটোও এটা কাৰণ যে, সৰু গুনাহৰ ওপৰত অটল থকাৰ কাৰণে আৰু ইয়াক আওকাণ কৰাৰ কাৰণেই ডাঙৰ গুনাহ হয়। এতেকে সৰু গুনাহ হৈছে ডাঙৰ গুনাহৰ অন্যতম এটা মাধ্যম। এইকাৰণে প্ৰথমে মাধ্যমটোৰ কথা উল্লেখ কৰি ইয়াক নিৰ্মূল কৰাৰ কথা কোৱা হৈছে।
গুনাহ সৰু হওক বা ডাঙৰ, সকলো প্ৰকাৰ গুনাহৰ পৰা আল্লাহৰ ওচৰত কাকূতি মিনতি কৰি ক্ষমা প্ৰাৰ্থনা কৰিব লাগে।
ইমাম নাৱাৱীয়ে কৈছেঃ ইয়াত দুআ কৰিবলৈ গুৰুত্ব প্ৰদান কৰা হৈছে, তথা অধিক শব্দৰ জৰিয়তে দুআ কৰিবলৈ শিকাইছে, যদিও কম শব্দতে সেয়া প্ৰকাশ হয়।

Attribution

[(মুছলিম)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...