আল্লাহুম্মা লাকা আছলামতু, অবিকা আ-মানতু, ওৱা আলাইকা তাৱাক্কালতু, অ ইলাইকা আনাবতু, অবিকা খা-চামতু, আল্লাহুম্মা ইন্নি আউজু বিইঝ্ঝাতিক, লা ইলা-হা ইল্লা আনতা আন তুজিল্লানী, আনতাল হাইয়্যুল লাজী লা য়ামূত, অলজিন্নু অল ইনছু য়ামূতূন।
Choose an available translation of this Hadeeth
Hadeeth text
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এই দুআ পাঠ কৰিছিলঃ "আল্লাহুম্মা লাকা আছলামতু, অবিকা আ-মানতু, ওৱা আলাইকা তাৱাক্কালতু, অ ইলাইকা আনাবতু, অবিকা খা-চামতু, আল্লাহুম্মা ইন্নি আউজু বিইঝ্ঝাতিক, লা ইলা-হা ইল্লা আনতা আন তুজিল্লানী, আনতাল হাইয়্যুল লাজী লা য়ামূত, অলজিন্নু অল ইনছু য়ামূতূন।"
Explanation
Benefits
একমাত্ৰ আল্লাহৰ ওপৰতেই ভৰসা কৰিব লাগে, আৰু তেওঁৰ ওচৰতেই সুৰক্ষাৰ আবেদন কৰিব লাগে। কাৰণ একমাত্ৰ তেৱেঁই হৈছে পূৰ্ণাংগ গুণাৱলীৰ অধিকাৰী। একমাত্ৰ তেৱেঁই সেই সত্ত্বা, যাৰ ওপৰত ভৰসা কৰিব লাগে। তেওঁৰ ওচৰত প্ৰতিটো সৃষ্টিয়ে হৈছে অসহায়। প্ৰতিটো সৃষ্টিৰে মৃত্যু অনিবাৰ্য্য। সিহঁত ভৰসাযোগ্য নহয়।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদৰ্শ অনুসৰণ কৰি এইবোৰ শব্দৰ দ্বাৰা দুআ কৰিব লাগে, য'ত চৰম পৰ্যায়ৰ য়াক্বীন আৰু ঈমানৰ সত্যতাৰ বহিঃপ্ৰকাশ ঘটিছে।
ছিন্ধী ৰাহিমাহুল্লাহে কৈছেঃ (أنت الحي) এই শব্দটোৰ ভাৱাৰ্থ হৈছে, একমাত্ৰ তুমিয়ে সেই সত্ত্বা, যাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত, তোমাৰ বাহিৰে আশ্ৰয় দিব পৰা কোনো নাই।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

