افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#4436[ছহীহ]
HadeethEnc · 1.16.0

যিয়ে আল্লাহৰ পথত (অৰ্থাৎ জিহাদৰ অৱস্থাত) এদিনো ৰোজা পালন কৰে, আল্লাহে তাৰ মুখমণ্ডলক জাহান্নামৰ পৰা সত্তৰ বছৰৰ দূৰত্বত আঁতৰাই ৰাখে।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে আল্লাহৰ পথত (অৰ্থাৎ জিহাদৰ অৱস্থাত) এদিনো ৰোজা পালন কৰে, আল্লাহে তাৰ মুখমণ্ডলক জাহান্নামৰ পৰা সত্তৰ বছৰৰ দূৰত্বত আঁতৰাই ৰাখে।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যিয়ে জিহাদৰ ময়দানত এদিনো ৰোজা পালন কৰিব, আৰু কোৱা হৈছে যে, নিষ্ঠা সহকাৰে আল্লাহৰ উদ্দেশ্যে ছোৱাবৰ আশাত ৰোজা ৰাখিব, তেন্তে আল্লাহে নিজ অনুগ্ৰহত সেই ব্যক্তিৰ আৰু জাহান্নামৰ মাজত সত্তৰ বছৰৰ দূৰত্ব সৃষ্টি কৰি দিব।
03

Benefits

ইমাম নাৱাৱীয়ে কৈছেঃ হাদীছটোত জিহাদৰ ময়দানত ৰোজা ৰখাৰ ফজীলত বৰ্ণিত হৈছে। এইটো সেই ব্যক্তিৰ বাবে প্ৰযোজ্য, ৰোজা ৰাখিলে যুদ্ধৰ ময়দানত যাৰ কোনো অসুবিধা নহয়। কোনো অধিকাৰ খৰ্ব নহয়, লগতে যুদ্ধ আৰু অন্যান্য অভিযানত কোনো ব্যাঘাত নঘটে।
নফল ৰোজা ৰাখিবলৈ উৎসাহিত কৰা হৈছে।
ইখলাচ আৰু আল্লাহৰ সন্তুষ্টি অৰ্জনৰ আশা পোষণ কৰা অনিবাৰ্য। মানুহক দেখুৱাবলৈ অথবা নিজকে প্ৰকাশ কৰিবলৈ নাইবা বেলেগ কোনো উদ্দেশ্যত ৰোজা ৰখা উচিত নহয়।
ছিন্ধীয়ে কৈছেঃ (যিয়ে আল্লাহৰ পথত ৰোজা ৰাখিব) ইয়াৰ দ্বাৰা হয়তো সঠিক নিয়্যত পোষণ কৰাৰ কথা বুজোৱা হৈছে। অথবা এইটোও হ'ব পাৰে যে, ইয়াৰ দ্বাৰা যুদ্ধ অৱস্থাত ৰোজা ৰখাৰ কথা কোৱা হৈছে। দ্বিতীয় অৰ্থটোৱে সাধাৰণতে বুজায়।
ইবনু হাজাৰে হাদীছটোত থকা (سبعين خريفًا সত্তৰটা শৰৎকাল) বাক্যটোৰ বিষয়ে কৈছেঃ আৰবীত খাৰীফ কোৱা হয় বছৰৰ এটা নিৰ্দিষ্ট সময়ক, যিটোক অসমীয়াত আমি শৰৎ ঋতু বুলি জানো। ইয়াত সত্তৰটা শৰৎকাল বোলোঁতে সত্তৰ বছৰ বুজোৱা হৈছে। অন্যান্য ঋতু যেনে - গ্ৰীষ্ম, শীত, বসন্ত- আদিৰ তুলনাত শৰৎ ঋতু উল্লেখ কৰাৰ কাৰণ হৈছে, এই ঋতুটো হৈছে আটাইতকৈ সমৃদ্ধ ঋতু। যিহেতু এই সময়ছোৱাতে শস্যাদি আৰু ফলমূল চপোৱা হয়।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...