افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#4295[ছহীহ]
HadeethEnc · 1.16.0

মই তোমালোকক যিটো বিষয় বৰ্ণনা নকৰাকৈ এৰি দিছোঁ, তেনেকুৱা বিষয়ৰ ক্ষেত্ৰত তোমালোকে মোকো এৰি দিয়া (অযথা প্ৰশ্ন নকৰিবা)। কাৰণ তোমালোকৰ পূৰ্বৱৰ্তীসকলে অযথা প্ৰশ্ন আৰু তেওঁলোকৰ নবীসকলৰ সৈতে মতভেদ কৰাৰ কাৰণে ধ্বংস হৈছে।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মই তোমালোকক যিটো বিষয় বৰ্ণনা নকৰাকৈ এৰি দিছোঁ, তেনেকুৱা বিষয়ৰ ক্ষেত্ৰত তোমালোকে মোকো এৰি দিয়া (অযথা প্ৰশ্ন নকৰিবা)। কাৰণ তোমালোকৰ পূৰ্বৱৰ্তীসকলে অযথা প্ৰশ্ন আৰু তেওঁলোকৰ নবীসকলৰ সৈতে মতভেদ কৰাৰ কাৰণে ধ্বংস হৈছে। যেতিয়া মই তোমালোকক কোনো বিষয়ৰ পৰা নিষেধ কৰোঁ তেতিয়া তোমালোকে সেইটোৰ পৰা বিৰত থাকিবা, আৰু মই যেতিয়া কোনো বিষয়ৰ আদেশ দিওঁ তেতিয়া তোমালোকে সেইটো কৰিবলৈ যথাসাধ্য চেষ্টা কৰিবা।"
02

Explanation

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, চৰীয়তৰ বিধি-বিধান হৈছে তিনি প্ৰকাৰ। ১- যিটোত তেখেতে মৌনতা অৱলম্বন কৰিছে। ২- নিষেধকৃত বিষয়। ৩- আদেশ।

১- যিটো বিষয়ত চৰীয়তে মৌনতা অৱলম্বন কৰিছেঃ অৰ্থাৎ যাৰ কোনো স্পষ্ট বিধি-বিধান নাই। এইটো মূলতে বাধ্যতামূলক নহয়। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত কোনো বিষয়ে অধিক প্ৰশ্ন কৰিবলৈ এই আশংকাত নিষেধ কৰা হৈছিল, যাতে প্ৰশ্ন কৰা বিষয়টো ওৱাজিব হৈ নাযায় বা হাৰাম হৈ নাযায়। মহান আল্লাহে বান্দাসকলৰ প্ৰতি দয়া প্ৰদৰ্শন কৰি এইটো এৰি দিছে। কিন্তু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যুৰ পিছত প্ৰয়োজন অনুসৰি ফতোৱাৰ কাৰণে বা শিকিবলৈ প্ৰশ্ন কৰাত কোনো বাধা নাই, বৰং ইয়াৰ নিৰ্দেশ দিয়া হৈছে। কিন্তু এই হাদীছ অনুসৰি সেইবোৰ প্ৰশ্নৰ পৰা বিৰত থকা উচিত যিবোৰ প্ৰশ্ন উদ্দেশ্য প্ৰণোদিতভাৱে কাৰোবাক বিৰক্ত কৰিবলৈ বা হেও প্ৰতিপন্ন কৰিবলৈ কৰা হয়। কাৰণ বনী ইছৰাঈলে এনেকুৱা প্ৰশ্নৰ কাৰণেই ধ্বংস হৈছিল। উদাহৰণস্বৰূপে সিহঁতক যেতিয়া গৰু এটা জবেহ কৰিবলৈ কোৱা হৈছিল, তেতিয়া সিহঁতে আদেশ পালন কৰি যিকোনো এটা গৰু জবেহ কৰিলেই হ'লহেঁতেন, কিন্তু সিহঁতে তেনেকুৱা নকৰি বিষয়টোক কঠিন ওপৰত কঠিন কৰি লৈছিল।

দ্বিতীয়ঃ নিষেধকৃত বিষয়সমূহ। যিটো পৰিত্যাগ কৰিলে ছোৱাব পোৱা যায়, আৰু অৱলম্বন কৰিলে শাস্তিৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে এনেকুৱা প্ৰতিটো বিষয়ৰ পৰা বিৰত থকা অনিবাৰ্য।

তৃতীয়ঃ আদেশকৃত বিধান। যিবোৰ পালন কৰিলে ছোৱাব পোৱা যায়, আৰু পৰিত্যাগ কৰিলে শাস্তিৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে এইবোৰ কৰ্ম সাধ্যানুযায়ী কৰা জৰুৰী।
03

Benefits

যিটো বেছি জৰুৰী তথা অধিক গুৰুত্বপূৰ্ণ সেইটোৰ প্ৰতি আমি মনোনিৱেশ কৰা উচিত। অপ্ৰয়োজনীয় প্ৰতিটো বিষয় আমি পৰিত্যাগ কৰা উচিত। লগতে যিটো হোৱা নাই তেনেকুৱা বিষয়ে প্ৰশ্ন কৰা উচিত নহয়।
এনেকুৱা প্ৰশ্নৰ পৰা নিষেধ কৰাৰ কাৰণ হৈছে, যাতে বিষয়বোৰত জটিলতা সৃষ্টি নহয়, তথা এনেকুৱা সন্দেহ সংশয় সৃষ্টি নহয়, যাৰ দ্বাৰা অধিক মতভেদ সৃষ্টি হ'ব।
সকলো প্ৰকাৰ নিষেধকৃত বিষয় পৰিত্যাগ কৰাৰ নিৰ্দেশ দিয়া হৈছে। কাৰণ পৰিত্যাগ কৰাত কোনো কষ্ট নাই। সেয়ে ইয়াৰ পৰা ব্যাপকভাৱে নিষেধ কৰা হৈছে।
এইদৰে নিৰ্দেশিত আমলবোৰ যথাসাধ্য কৰিবলৈ আদেশ দিয়া হৈছে। কিয়নো এইবোৰ পালন কৰাটো হৈছে কষ্টকৰ তথা কোনোবাই এইবোৰ পালন কৰাত অপাৰগ হ'ব পাৰে। সেয়ে সাধ্য অনুসৰি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
অধিক প্রশ্ন কৰাটো নিষিদ্ধ কৰা হৈছে। উলামাসকলে প্রশ্নক দুইভাগত বিভক্ত কৰিছে। প্রথম: দ্বীনৰ প্রয়োজনীয় বিষয়সমূহ শিকিবলৈ প্রশ্ন কৰা, এইটো কৰাত কোনো বাধা নাই, চাহাবাসকলেও এনেকুৱাই প্রশ্ন কৰিছিল। আনহাতে দ্বিতীয় প্রকাৰটো হৈছে, কৃত্রিম তথা বিৰক্তিকৰ আৰু অহংকাৰবশতঃ কৰা প্ৰশ্ন, এই ধৰণৰ প্রশ্ন কৰাটো নিষিদ্ধ।
এই উম্মতক তেওঁলোকৰ নবীৰ বিৰোধিতা কৰিবলৈ নিষেধ কৰা হৈছে, যিদৰে পূৰ্বৱৰ্তী উম্মতসকলে কৰিছিল।
অযথা প্ৰশ্ন কৰা আৰু নবীসকলৰ সৈতে মতভেদ কৰাটো হৈছে ধ্বংসৰ কাৰণ। বিশেষকৈ সেইবোৰ বিষয়ত, যিবোৰ বিষয়ে পুংখানুপুংখ জনাটো সম্ভৱ নহয়। উদাহৰণস্বৰূপে গায়েব সম্পৰ্কীয় বিষয়বোৰ, যিবোৰৰ বিষয়ে আল্লাহৰ বাহিৰে আন কোনেও নাজানে। এইদৰে কিয়ামত সম্পৰ্কীয় বিষয়বোৰ।
প্ৰশ্নৰ জৰিয়তে কোনো বিষয়ক জটিলতাৰ ফালে ঠেলি দিবলৈ নিষেধ কৰা হৈছে। আওঝায়ী ৰাহিমাহুল্লাহে কৈছেঃ আল্লাহে যেতিয়া কোনো বান্দাক ইল্মৰ বৰকতৰ পৰা বঞ্চিত কৰিব বিচাৰে, তেতিয়া তেওঁ তাৰ জিভাত ভুল-ভ্ৰান্তি নিক্ষেপ কৰে। মই এনেকুৱা লোকক দেখিছোঁ, সিহঁত খুবেই স্বল্পজ্ঞানী হয়। ইবনে অহাবে কৈছেঃ মই মালিক ৰাহিমাহুল্লাহক কোৱা শুনিছোঁ, তেখেতে কৈছেঃ ইল্মৰ ক্ষেত্ৰত কৰা মতানৈক্যই মানুহৰ অন্তৰৰ পৰা ইল্মৰ জ্যোতি কাঢ়ি নিয়ে।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...