افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#3075[ছহীহ]
HadeethEnc · 1.16.0

মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিলোঁ, তেতিয়া তেখেতে (প্ৰস্ৰাৱৰ উপযুক্ত ঠাই বিচাৰি নাপাই) কোনো এটা গোত্ৰৰ আৱৰ্জনা স্তুপৰ ওচৰত আহি থিয় হৈ প্ৰস্ৰাৱ কৰিলে।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিলোঁ, তেতিয়া তেখেতে (প্ৰস্ৰাৱৰ উপযুক্ত ঠাই বিচাৰি নাপাই) কোনো এটা গোত্ৰৰ আৱৰ্জনা স্তুপৰ ওচৰত আহি থিয় হৈ প্ৰস্ৰাৱ কৰিলে। মই অকণমান আঁতৰি থিয় হৈ আছিলোঁ। তেখেতে ক'লেঃ "ওচৰত আহি থিয় হোৱা", তেতিয়া মই ওচৰ চাপি গ'লোঁ, আনকি তেখেতৰ পিছফালে গৈ থিয় হ'লোঁ। ইয়াৰ পিছত তেখেতে অজু কৰিলে আৰু মোজাৰ ওপৰত মছেহ কৰিলে।
02

Explanation

হাদীছটোত হুজাইফা ইবনুল য়ামান ৰাদ্বিয়াল্লাহু আনহুমাই জনাইছে যে, তেওঁ এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিল, তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰস্ৰাৱ কৰাৰ ইচ্ছা কৰিলে, তেতিয়া তেখেতে কোনো ঠাই বিচাৰি নাপাই এটা আৱৰ্জনাযুক্ত ঠাইতগৈ উপস্থিত হ'ল, য'ত মানুহে ঘৰৰ ময়লা-আৱৰ্জনা পেলাই স্তুপত পৰিণত কৰিছিল, সেই ঠাইত তেখেতে থিয় হৈ প্ৰস্ৰাৱ কৰিলে। কিন্তু তেখেতে বেছিভাগ সময়তে বহি প্ৰস্ৰাৱ কৰিছিল, এইটোৱে আছিল তেখেতৰ অভ্যাস।

তেতিয়া হুজাইফা তেখেতৰ পৰা আঁতৰি গ'ল। এই দেখি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ ওচৰ চাপি আহা। হুজাইফা ওচৰ চাপি আহি আহি একেবাৰে তেখেতৰ পিছফালে থিয় দিলে, যাতে তেওঁৰ দ্বাৰা এটা অন্তৰায় সৃষ্টি হয়, যাৰ ফলত কাৰো দৃষ্টি যাতে এই অৱস্থাত তেখেতৰ প্ৰতি নপৰে।

ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অজু কৰিলে। কিন্তু ভৰি ধোৱাৰ সময়ত তেখেতে মোজা নোখোলাকৈ মোজাৰ ওপৰত মছেহ কৰিলে। আৰবী ভাষাত (خف) খুফ তথা মোজা কোৱা হয়, ভৰিত পৰিধান কৰা বস্তুক, যিটো পাতল চামড়া অথবা অনুৰূপ বস্তুৰে তৈয়াৰ কৰা হয়, কিন্তু এইটো ভৰিৰ সৰুগাঁঠি ঢাকি থকা হ'ব লাগিব।
03

Benefits

মোজাৰ ওপৰত মছেহ কৰাটো চৰীয়তসন্মত।
থিয় হৈ প্ৰস্ৰাৱ কৰা বৈধ, কিন্তু চৰ্ত হৈছেঃ প্ৰস্ৰাৱৰ ছিটিকনি যাতে শৰীৰলৈ নাহে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ময়লা-আৱৰ্জনাৰ স্তুপ বাচি লোৱাৰ কাৰণ হৈছে, ইয়াত প্ৰস্ৰাৱ কৰা সহজ, কাৰণ এনেকুৱা ঠাইত প্ৰস্ৰাৱ কৰিলে প্ৰস্ৰাৱৰ ছিটিকনি শৰীৰলৈ নাহে।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...