افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#2971[ছহীহ]
HadeethEnc · 1.16.0

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শিং থকা ক'লা-বগা দুটা দুম্বা(১) কুৰবানী কৰিছিল। নিজ হাতে দুয়োটা কুৰবানী কৰিছিল। বিছমিল্লাহি আল্লাহু আকবাৰ বুলি কৈ তেখেতে নিজৰ ভৰি সেই দুটাৰ ঘাৰৰ ওপৰত ৰাখিছিল।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শিং থকা ক'লা-বগা দুটা দুম্বা(১) কুৰবানী কৰিছিল। নিজ হাতে দুয়োটা কুৰবানী কৰিছিল। বিছমিল্লাহি আল্লাহু আকবাৰ বুলি কৈ তেখেতে নিজৰ ভৰি সেই দুটাৰ ঘাৰৰ ওপৰত ৰাখিছিল।
02

Explanation

আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত কৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঈদুল আজহাৰ দিনা নিজ হাতেৰে শিং থকা ক'লা বগা মিশ্ৰিত দুটা মতা ভেড়া কুৰবানী কৰিছিল। জবেহ কৰাৰ সময়ত তেখেতে নিজৰ ভৰি জন্তুটোৰ কান্ধত ৰাখি বিছমিল্লাহি আল্লাহু আকবাৰ বুলি কৈ জবেহ কৰিছিল।
03

Benefits

কুৰবানী কৰাটো চৰীয়ত সন্মত। এইক্ষেত্ৰত গোটেই মুছলিম বিশ্ব একমত।
উত্তম হৈছে কুৰবানীৰ জন্তু এনেকুৱা হোৱা উচিত, যেনেকুৱা ধৰণৰ কুৰবানী নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৰিছিল। মোটা-তাজা, দেখাত ধুনীয়া, উত্তম মাংসবিশিষ্ট হোৱা উচিত।
ইমাম নাৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ নিজৰ কুৰবানী নিজ হাতেৰে কৰা মুস্তাহাব। জবেহ কৰিবলৈ প্ৰতিনিধি নিযুক্ত কৰিব নালাগে, কিন্তু যদি কোনো অসুবিধা থাকে তেন্তে বিষয়টো সুকীয়া। কিন্তু সেই সময়ত তেওঁ নিজে তাত উপস্থিত থকাটো মুস্তাহাব। যদি কোনো মুছলিম ব্যক্তিয়ে তেওঁৰ প্ৰতিনিধিত্ব কৰে তেন্তে এই ক্ষেত্ৰত কোনো মতানৈক্য নাই।
ইবনু হাজাৰ ৰাহিমাহুল্লাহে কৈছেঃ জবেহ কৰাৰ সময়ত বিছমিল্লাহৰ সৈতে আল্লাহু আকবাৰ বুলি কোৱাটো মুস্তাহাব। এইদৰে জবেহ কৰিবলৈ লোৱা জন্তুৰ ঘাৰত সোঁ ভৰি ৰাখি হেঁচি ধৰাটোও মুস্তাহাব। বাওঁফালে মুখ কৰি শুওৱাৰ ক্ষেত্ৰত সকলোৱে একমত, যাতে জবেহকাৰীয়ে নিজৰ সোঁ ভৰি জন্তুটোৰ ঘাৰত ৰাখি সোঁ হাতেৰে ছুৰী ধৰিব পাৰে আৰু বাওঁ হাতেৰে মূৰটো ধৰি জবেহ কৰিব পাৰে।
কুৰবানীৰ জন্তুৰ শিং থকাটো মুস্তাহাব, শিং নাথাকিলেও কোনো অসুবিধা নাই।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...