মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে নামাজ পঢ়িছোঁ, তেখেতে সোঁফালে ছালাম ফিৰাই কৈছিলঃ "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ"। এইদৰে বাওঁফালে ছালাম ফিৰাই কৈছিলঃ "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ।
Choose an available translation of this Hadeeth
Hadeeth text
অয়েল বিন হুজৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে নামাজ পঢ়িছোঁ, তেখেতে সোঁফালে ছালাম ফিৰাই কৈছিলঃ "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ"। এইদৰে বাওঁফালে ছালাম ফিৰাই কৈছিলঃ "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ।"
Explanation
Benefits
কেতিয়াবা কেতিয়াবা ছালামত অতিৰিক্ত (অবাৰাকাতুহ) শব্দটো যোগ কৰা উত্তম। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াবা কেতিয়াবাহে কৰিছিল, সদায় এনেকৈ কৰা নাছিল।
নামাজত দুয়োফালে ছালাম ফিৰোৱাটো এটা ওৱাজিব ৰুকন। কিন্তু সোঁফালে আৰু বাওঁফালে মুখ কৰাটো হৈছে এটা মুস্তাহাব বিষয়।
সোঁফালে আৰু বাওঁফালে মুখ ঘূৰোৱাৰ সময়ত (আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ) ক'ব লাগে, ইয়াৰ আগতো নহয় আৰু পিছতো নহয়।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

