افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#10927[ছহীহ]
HadeethEnc · 1.16.0

যেতিয়া তুমি ছাজদাহ কৰিবা, তেতিয়া তুমি তোমাৰ দুয়ো হাতৰ পতা মাটিত ৰাখিবা আৰু দুয়ো কিলাকুটি মাটিৰ পৰা ওপৰত ৰাখিবা।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

বাৰা' ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যেতিয়া তুমি ছাজদাহ কৰিবা, তেতিয়া তুমি তোমাৰ দুয়ো হাতৰ পতা মাটিত ৰাখিবা আৰু দুয়ো কিলাকুটি মাটিৰ পৰা ওপৰত ৰাখিবা।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত ছাজদা অৱস্থাত হাত কেনেকৈ ৰাখিব লাগে সেইটো উল্লেখ কৰিছে যে, ছাজদাত হাতৰ পতা মাটিত ৰাখিব লাগে আৰু আঙুলিবোৰ কিবলামুখী ৰাখিব লাগে। এইদৰে কিলাকুটি মাটিৰ পৰা ওপৰত থাকিব লাগে আৰু বাহু শৰীৰৰ কাষৰ পৰা আঁতৰত থাকিব লাগে।
03

Benefits

মুচল্লীয়ে ছাজদাত নিজৰ দুয়ো হাতৰ মণিবন্ধ পৰ্যন্ত (হাতৰ পতা) মাটিত ৰখা উচিত। যি সাতটা অংগৰ ওপৰত ভৰ কৰি ছাজদাহ কৰিব লাগে, তাৰে অন্যতম হৈছে এই দুটা।
দুয়ো হাতৰ কিলাকুটি মাটিৰ পৰা ওপৰত ৰখাটো মুস্তাহাব। হিংস্ৰ প্ৰাণীয়ে যিদৰে দুয়ো বাহু পাৰি বহে, সেইদৰে ৰখাটো অপছন্দ কৰা হৈছে।
ইবাদত কৰাৰ সময়ত উৎসাহ উদ্দীপনা আৰু সক্ৰিয়তা প্ৰকাশ কৰিব লাগে।
মুচল্লীয়ে যেতিয়া ছাজদাহ কৰিবলগীয়া গোটেই অংগসমূহৰ ওপৰত ভৰ কৰি ছাজদাহ কৰে, তেতিয়া ইবাদতৰ প্ৰতিটো অংগৰ হক আদায় হয়।

Attribution

[(মুছলিম)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...