জুলহিজ্জা মাহৰ প্ৰথম দহ ৰাতি
Share this book জুলহিজ্জা মাহৰ প্ৰথম দহ ৰাতি এই দিন কেইটাক আমি কেনেকৈ আঁদৰিম? ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আল্লাহৰ দৃষ্টিত (জুলহিজ্জা মাহৰ আৰম্ভণিৰ) এই দিনবোৰত কৰা নেক আমলবোৰ আটাইতকৈ উত্তম৷ প্ৰশ্ন কৰা হ’লঃ হে আল্লাহৰ ৰাছুল! আল্লাহৰ পথত কৰা জিহাদো ইয়াতকৈ উত্তম নহয় নেকি? তেখেতে ক’লেঃ হয় জিহাদো ইয়াতকৈ […]
জুলহিজ্জা মাহৰ প্ৰথম দহ ৰাতি Read More »