ละทิ้งการปฏิบัติการงานที่ดีเพราะกลัวจะเป็นการโอ้อวด
ترك عمل الخير خوفا من الرياء
ละทิ้งการปฏิบัติการงานที่ดีเพราะกลัวจะเป็นการโอ้อวด
ترك عمل الخير خوفا من الرياء
Ang Paniniwala sa Araw ng Paghuhukom
ঈমানৰ আৰকান হৈছে ছয়টা
أن تؤمن بالله
আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা
وملائكته
ফিৰিস্তাসকলৰ প্ৰতি ঈমান পোষণ কৰা
وكتبه
আল্লাহে অৱতীৰ্ণ কৰাকিতাবসমূহৰ প্ৰতি ঈমান পোষণকৰা
ورسله
তেওঁৰ ৰাছুলসকলৰ প্ৰতিঈমান পোষণকৰা
واليوم الآخر
শেষদিৱসৰ প্ৰতি ঈমান পোষণ কৰা
وأن تؤمن بالقدر خيره وشره
লগতেভাগ্যৰ প্ৰতিঈমান পোষণ কৰা,ভালহওকবা বেয়া
MAHADSUNNAH.COM
SARHAAN.COM
দ্বীনৰ পৰ্যায় হৈছে তিনিটা
الإسلام
ইছলাম
الإيمان
ঈমান
الإحسان
ইহছান
Asamiya অসমীয়া lal
SARHAAN.COM
ما معنى شهادة أن لا إله إلا الله؟
معنى الشهادتين:
লা ইলাহা ইল্লাল্লাহৰ সাক্ষ্য দিয়াৰ অৰ্থ কি?
أي لا معبود بحق إلا الله
ইয়াৰ অৰ্থ হৈছে আল্লাহৰ বাহিৰে কোনো সত্য উপাস্য নাই
وما معنى شهادة أن محمدا عبده ورسوله ؟
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ বান্দা আৰু তেওঁৰ
ৰাছুল এই সাক্ষ্য দিয়াৰ অৰ্থ কি?
أي أنه صلى الله عليه وسلم عبد لا يعبد ورسول لا يكذب.
ইয়াৰ অৰ্থ হৈছে, তেখেত চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে এজন
বান্দা,যাক উপাসনা কৰা নহয়, লগতে তেখেত হৈছে এজন ৰাছুল,
যাক অস্বীকাৰ কৰা নহয় ।
MAHADSUNNAH.COM
Asamiya অসমীয়া
l 201
SARHAAN.COM
الأصول الثلاثة :
মৌলিক তিনিটা বিষয়
من ربك؟
তোমাৰ প্ৰতিপালক কোন?
ربي الله
মোৰ প্ৰতিপালক হৈছে আল্লাহ
ما دينك؟
তোমাৰ দ্বীন বা ধৰ্মকি?
ديني الإسلام
মোৰ ধৰ্ম হৈছে ইছলাম
من نبيك؟
তোমাৰ নবী কোন?
نبي محمد صلى الله عليه وسلم
মোৰ নবী হৈছে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম
MAHADSUNNAH.COM
Asamiya অসমীয়া o laaul
SARHAAN.COM
ज़िलज़िज्जा के आरंजिक दस जदनों के कुछ अ़िकाम