মই ইছলামত কেনেকে প্ৰনেশ েৰিম?
(ইছলামত কেনেকৈ প্ৰৱেশ কৰিব পাৰি):ড° হাইছাম ছাৰহানৰ এইটো এটা ইল্মী ধাৰাবাহিকতা, য’ত তেওঁ প্ৰশ্নোত্তৰৰ ৰূপত আটাইতকৈ গুৰুত্বপূৰ্ণ চৰীয়তি বিষয়সমূহ আলোচনা কৰে। এই পৰ্বটোত তেওঁ ইছলামত প্ৰৱেশ কৰাৰ পদ্ধতি আৰু এজন ব্যক্তি কেনেকৈ…


