Free Downloadলা ইলাহা ইল্লাল্লাহৰ সাক্ষ্য দিয়াৰ অৰ্থ কি?
ما معنى شهادة أن لا إله إلا الله؟ معنى الشهادتين: লা ইলাহা ইল্লাল্লাহৰ সাক্ষ্য দিয়াৰ অৰ্থ কি? أي لا معبود بحق إلا الله ইয়াৰ অৰ্থ হৈছে আল্লাহৰ বাহিৰে কোনো সত্য উপাস্য নাই وما معنى شهادة أن محمدا عبده ورسوله ؟ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল এই সাক্ষ্য দিয়াৰ অৰ্থ কি? أي…

