(ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ) এদিনাখন মই খোজকাঢ়ি আছিলোঁ, হঠাৎ আকাশৰ পৰা এটা শব্দ শুনা পালোঁ, ফলত মই ওপৰৰ ফালে দৃষ্টিপাত কৰিলোঁ। দেখিলোঁ, সেইজন ফিৰিস্তা যিজন হিৰা গুহাত মোৰ ওচৰলৈ আহিছিল।
আবূ ছালামা ইবনু আব্দিৰ ৰহমানে বৰ্ণনা কৰিছে যে, জাবিৰ ইবনে আব্দিল্লাহ আল-আনচাৰী ৰাদ্বিয়াল্লাহু ‘আনহুমাই অহী বন্ধ থকা সময়ছোৱাৰ ঘটনা বৰ্ণনা কৰি কৈছে যে, "(ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ) এদিনাখন মই খোজকাঢ়ি আছিলোঁ, হঠাৎ আকাশৰ পৰা এটা শব্দ শুনা পালোঁ, ফলত ম…

