তোমালোকে তাইক তিনিবাৰ অথবা পাঁচবাৰ নাইবা প্ৰয়োজন অনুসাৰে তাতোকৈ অধিকবাৰ বগৰী পাত মিশ্ৰিত পানীৰে গোছল কৰাই দিয়া। শেষৰ বাৰত কৰ্পূৰ (অথবা তেখেতে কৈছিল) কৰ্পূৰ মিশ্ৰিত পানীৰে গোছল কৰাবা। গোছল শেষ কৰি মোক জনাবা।
উম্মে আতিয়্যা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এজনী কন্যা সন্তান মৃত্যুবৰণ কৰিলে, (তেওঁক গোছল দিয়াৰ সময়ত) নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আহি ক'লেঃ "তোমালোকে তাইক তিনিবাৰ অথবা পাঁচবাৰ নাইবা প্ৰয়োজন অনুসাৰে তাতোকৈ অধিকবাৰ বগ…

