افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#8950[ছহীহ]
HadeethEnc · 1.16.0

(ৰহমতৰ) ফিৰিস্তা সেই ঘৰত প্ৰৱেশ নকৰে, যি ঘৰত কুকুৰ আৰু (জীৱ-জন্তুৰ) ছবি আছে।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু ত্বালহা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ (ৰহমতৰ) ফিৰিস্তা সেই ঘৰত প্ৰৱেশ নকৰে, যি ঘৰত কুকুৰ আৰু (জীৱ-জন্তুৰ) ছবি আছে।
02

Explanation

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, ৰহমতৰ ফিৰিস্তা সেই ঘৰত প্ৰৱেশ নকৰে, যি ঘৰত কুকুৰ আছে আৰু কোনো প্ৰাণীৰ ছবি আছে। ইয়াৰ কাৰণ হৈছে জীৱ-জন্তুৰ ছবি অংকন কৰাটো হৈছে এটা ভয়াৱহ গুনাহ। কাৰণ এইটো হৈছে আল্লাহৰ সৃষ্টিৰ অনুকৰণ, আৰু শ্বিৰ্কত পতিত হোৱাৰ অন্যতম এটা উপায়। আনকি কিছুমান ক্ষেত্ৰত আল্লাহৰ বাহিৰে এইবোৰক পূজা পাঠো কৰা হয়। কুকুৰ থকা ঘৰত ৰহমতৰ ফিৰিস্তা নহাৰ কাৰণ হৈছে, কুকুৰে বেছিভাগ অপৱিত্ৰ বস্তু ভক্ষণ। সেয়ে কিছুমানে কুকুৰক চয়তান বুলি মাতে। ফিৰিস্তা হৈছে চয়তানৰ পৰিপন্থী। কুকুৰৰ পৰা বেয়া গোন্ধ আহে, আৰু ফিৰিস্তাসকলে বেয়া গোন্ধক অপছন্দ কৰে, সেইকাৰণে কুকুৰ ৰাখিবলৈ নিষেধ কৰা হৈছে। সেয়ে কুকুৰ পোহা ব্যক্তিয়ে ৰহমতৰ ফিৰিস্তাৰ পৰা বঞ্চিত হয়, তাৰ ঘৰত ৰহমতৰ ফিৰিস্তা প্ৰৱেশ নকৰে। তাত ফিৰিস্তাসকলে দুআ নকৰে, তাৰ বাবে ক্ষমা প্ৰাৰ্থনা নকৰে, তাৰ ওপৰত আৰু তাৰ ঘৰত বৰকত নিদিয়ে আৰু চয়তানৰ অনিষ্টৰ পৰা দূৰ নকৰে।
03

Benefits

কুকুৰ পোহ পাল কৰা হাৰাম, কিন্তু বিশেষ প্ৰয়োজনত ৰাখিব পাৰে, যেনে- চিকাৰ কৰিবলৈ, অথবা ঘৰচীয়া জন্তুৰ জাকক সুৰক্ষা দিবলৈ আৰু খেতিৰ কামত ব্যৱহাৰ কৰিবলৈ।
ছবি ৰখাটো হৈছে এটা মহা পাপ, ইয়াৰ ফলত ৰহমতৰ ফিৰিস্তা আঁতৰি যায়। এনেকুৱা ছবি ঘৰত থাকিলে সেই ঘৰ ৰহমতৰ পৰা বঞ্চিত হয়। উদাহৰণস্বৰূপে কুকুৰ।
ঘৰত কুকুৰ আৰু জীৱ-জন্তুৰ ছবি থাকিলে ফিৰিস্তা প্ৰৱেশ নকৰে, ইয়াৰ দ্বাৰা ৰহমতৰ ফিৰিস্তাক বুজোৱা হৈছে। আনহাতে যিসকল ফিৰিস্তাক নিৰ্দিষ্ট দায়িত্ব দিয়া হৈছে, যেনে- মৃত্যুৰ ফিৰিস্তা আদি, তেওঁলোকে প্ৰত্যেক ঘৰতে প্ৰৱেশ কৰে।
দেৱাল আদিত প্ৰাণীৰ ছবি আঁৰি থোৱা হাৰাম।
খাত্তাবী ৰাহিমাহুল্লাহে কৈছেঃ যি ঘৰত কুকুৰ আৰু প্ৰাণীৰ ছবি থাকে তাত ফিৰিস্তা প্ৰৱেশ নকৰে, কাৰণ কুকুৰ আৰু প্ৰাণীৰ ছবি ৰখা হাৰাম। কিন্তু যিটো হাৰাম নহয় যেনে- চিকাৰী কুকুৰ, খেতিত ব্যৱহাৰ কৰা কুকুৰ, ঘৰচীয়া জন্তুৰ চোৱাচিতা কৰা কুকুৰ আৰু এনেকুৱা ছবি যিটো কাৰ্পেট আৰু গাৰু আদিত ব্যৱহাৰ হয় তাত কোনো অসুবিধা নাই। ইয়াৰ ফলত ফিৰিস্তাসকলৰ প্ৰৱেশত কোনো বাধা নাই।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...