মূৰৰ কিছু অংশৰ চুলি মুণ্ডন কৰি আন কিছু অংশৰ চুলি ৰাখিবলৈ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিষেধ কৰিছে।
Choose an available translation of this Hadeeth
Hadeeth text
ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত মূৰৰ কিছু অংশৰ চুলি মুণ্ডন কৰি আন কিছু অংশৰ চুলি ৰাখিবলৈ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিষেধ কৰিছে।
Explanation
এই নিষেধাজ্ঞা সকলোৰে বাবে প্ৰযোজ্য, সৰু হওক বা ডাঙৰ। আনহাতে নাৰীসকলৰ মূৰৰ চুলি খুৰোৱা উচিত নহয়।
Benefits
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

