افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#7191[ছহীহ]
HadeethEnc · 1.16.0

নামাজত থকা ব্যক্তিৰ সন্মুখেৰে পাৰ হোৱা ব্যক্তিয়ে যদি জানিলেহেঁতেন যে, এইটো কিমান ডাঙৰ অপৰাধ, তেন্তে সি মুচল্লীৰ সন্মুখেৰে পাৰ হোৱাতকৈ ৪০ (দিন, মাহ বা বছৰ) ৰখি থকাটোকে উত্তম বুলি গণ্য কৰিলেহেঁতেন।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

বুছৰ ইবনে ছাঈদৰ পৰা বৰ্ণিত যে, যায়েদ ইবনে খালিদ আল-জুহানী ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁক আবূ জুহায়ম ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰলৈ প্ৰেৰণ কৰিলে, এইটো সুধিবলৈ যে, নামাজীৰ সন্মুখেৰে পাৰ হোৱাৰ বিষয়ত তেওঁ ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা কি শুনিছে? আবূ জুহায়মে ক'লেঃ এই বিষয়ত ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "নামাজত থকা ব্যক্তিৰ সন্মুখেৰে পাৰ হোৱা ব্যক্তিয়ে যদি জানিলেহেঁতেন যে, এইটো কিমান ডাঙৰ অপৰাধ, তেন্তে সি মুচল্লীৰ সন্মুখেৰে পাৰ হোৱাতকৈ ৪০ (দিন, মাহ বা বছৰ) ৰখি থকাটোকে উত্তম বুলি গণ্য কৰিলেহেঁতেন।" আবুন নজৰে কৈছেঃ মই নাজানো তেওঁ ৪০ দিন কৈছিল নে ৪০ মাহ, নে ৪০ বছৰ।
02

Explanation

ফৰজ নামাজ হওক বা নফল নামাজ, মুচল্লীৰ সন্মুখেৰে পাৰ হোৱাৰ পৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সাৱধান কৰিছে। যিয়ে ইচ্ছাকৃতভাৱে কোনো মুচল্লীৰ সন্মুখেদি পাৰ হয়, সি যদি ইয়াৰ গুনাহৰ পৰিমাণ জানিলেহেঁতেন, তেন্তে সি ৪০ (দিন, মাহ বা বছৰ) অপেক্ষা কৰাটোকে প্ৰাধান্য দিলেহেঁতেন বা শ্ৰেয় বুলি গণ্য কৰিলেহেঁতেন। উক্ত হাদীছটোৰ বৰ্ণনাকাৰী আবুন নজৰে কৈছেঃ মোৰ মনত নাই, তেওঁ চল্লিশ দিন কৈছিল নে চল্লিশ মাহ নে চল্লিশ বছৰ।
03

Benefits

ছুতৰা নাথাকিলে মুচল্লীৰ সন্মুখেৰে পাৰ হোৱা হাৰাম। অথবা যদি ছুতৰা থাকে তেন্তে ছুতৰা আৰু মুচল্লীৰ মাজত থকা খালী ঠাইৰ মাজেৰে পাৰ হোৱাও হাৰাম।
ইবনু হাজাৰে কৈছে: ইয়াৰ নিৰ্ধাৰিত সীমা সম্পৰ্কে মতভেদ আছে। কিছুমানে কৈছে, মুচল্লী আৰু তাৰ সন্মুখত থকা ছাজদা কৰিব পৰা ঠাইৰ মাজেৰে পাৰ হোৱা নিষিদ্ধ। আন কিছুমানৰ মতে, তিনি হাত দূৰত্বৰ মাজেৰে পাৰ হোৱা নিষেধ। আনহাতে কিছুমানে কৈছে, ইয়াৰ সীমা হৈছে এটা শিল দলিয়ালে যিমান দূৰ যায়, সিমানখিনি দূৰত্বৰ মাজেৰে পাৰ হোৱা নিষিদ্ধ।
ইমাম ছুয়ুতীয়ে কৈছে: "সন্মুখেদি পাৰ হোৱাৰ দ্বাৰা, নামাজীৰ সন্মুখেৰে উত্তৰ দক্ষিণ দিশত পাৰ হোৱাক বুজোৱা হৈছে। এতেকে যদি কোনোবাই কিবলাৰ দিশত সন্মুখেদি যায়, তেন্তে সেইটো এই সতৰ্কবাণীৰ ভিতৰত নপৰিব।
মানুহে যাতায়ত কৰা পথত মুচল্লীয়ে নামাজ পঢ়া উচিত নহয়, ঠিক সেইদৰে এনেকুৱা স্থানতো নামাজ পঢ়া উচিত নহয়, যি ঠাইত মানুহে অবিৰতভাৱে চলাচল কৰে, যাতে ইয়াৰ দ্বাৰা তেওঁৰ নামাজ ত্ৰুটিযুক্ত নহয় আৰু অহা যোৱা কৰা লোকসকলেও যাতে গুনাহৰ ভাগী নহয়। গতিকে মুচল্লীয়ে নিজৰ আৰু চলাচলকাৰীসকলৰ মাজত ছুতৰা ব্যৱহাৰ কৰা উচিত।
ইয়াৰ পৰা এইটো বুজা যায় যে, গুনাহৰ বাবে আখিৰাতত হ'বলগীয়া শাস্তি - যদিও সৰু হ'য় - ইয়াৰ তুলনাত দুনিয়াৰ যিকোনো কষ্ট, যিমানেই ডাঙৰ নহওক কিয়, সেয়া বহুত কম।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...