افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#6763[হাছান]
HadeethEnc · 1.16.0

(উপকাৰ লাভৰ উদ্দেশ্যৰে) যিয়েই কিবা ওলমাব, তাক সেইটোৰ ওপৰতে নিৰ্ভৰশীল কৰি দিয়া হ’ব।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আব্দুল্লাহ ইবনে উকাইম ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা মাৰফূ‘ হিচাপে বৰ্ণিত, “(উপকাৰ লাভৰ উদ্দেশ্যৰে) যিয়েই কিবা ওলমাব, তাক সেইটোৰ ওপৰতে নিৰ্ভৰশীল কৰি দিয়া হ’ব।”
02

Explanation

যি ব্যক্তিয়ে অন্তৰ অথবা কর্ম নাইবা উভয়ৰ দ্বাৰা এনেকুৱা কোনো বস্তুৰ পিনে ধাৱিত হয় আৰু সেইটোৰ পৰা উপকাৰ লাভ কৰাৰ আশা কৰে অথবা ক্ষতি প্রতিহত কৰাৰ আশা কৰে, আল্লাহ তা‘আলাই সেই ব্যক্তিক সেই বস্তুটোৰ ওপৰতেই নিৰ্ভৰশীল কৰি দিয়ে যিটোৰ প্ৰতি সি ধাৱিত হৈছে। আনহাতে যিয়ে আল্লাহৰ সৈতে সম্পৰ্ক স্থাপন কৰিব, তাৰ বাবে আল্লাহেই যথেষ্ট হ’ব আৰু আল্লাহে তাৰ বাবে সকলো কঠিন কাম সহজ কৰি দিব। পক্ষান্তৰে যি ব্যক্তিয়ে গাইৰুল্লাহৰ সৈতে সম্পৃক্ত স্থাপন কৰিব, আল্লাহ তা‘আলাই তাক তাৰেই শৰণাপন্ন কৰি দিব আৰু অপমান অপদস্থ কৰিব।
03

Benefits

গাইৰুল্লাহৰ সৈতে সম্পৃক্ত হোৱা নিষিদ্ধ।
সকলো ক্ষেত্ৰতে আল্লাহৰ সৈতে সম্পর্ক স্থাপন কৰা ওৱাজিব।
শ্বিৰ্কৰ ক্ষতি আৰু ইয়াৰ ভয়াৱহ পৰিণতিৰ বর্ণনা।
জানি থওক, নিশ্চয় কৰ্ম অনুসাৰেই বিনিময় প্ৰদান কৰা হয়।
আমল ভাল হওক অথবা বেয়া ইয়াৰ প্ৰতিফল আমলকাৰীয়ে ভোগ কৰিব।
যি ব্যক্তিয়ে আল্লাহক এৰি আনৰ ওচৰত উপকাৰ সন্ধান কৰে সি অপমান অপদস্থ হোৱাটো বাঞ্চনীয়।

Attribution

[(তিৰমিজী) - (আহমদ)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...