افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#6761[ছহীহ]
HadeethEnc · 1.16.0

কোনো উটৰ ডিঙিতে যেন ধেনুৰ ৰছীৰ হাৰ নাথাকে অথবা বেলেগ কোনো হাৰো যাতে নাথাকে, আৰু যদি থাকে তেন্তে সেইটো যাতে কাটি পেলোৱা হয়।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু বাশ্বীৰ আনচাৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিতঃ তেওঁ কোনো এটা ভ্ৰমণত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিল। তেওঁ কৈছে, লোকসকল টোপনিত থকা অৱস্থাতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এজন বাৰ্তাবাহক প্ৰেৰণ কৰি নিৰ্দেশ দিলে যে, "কোনো উটৰ ডিঙিতে যেন ধেনুৰ ৰছীৰ হাৰ নাথাকে অথবা বেলেগ কোনো হাৰো যাতে নাথাকে, আৰু যদি থাকে তেন্তে সেইটো যাতে কাটি পেলোৱা হয়।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লাম কোনো এটা ভ্ৰমণত আছিল আৰু তেখেতৰ সৈতে থকা লোকসকল নিজৰ নিজৰ শোৱনি কোঠা তথা তম্বুৰ ভিতৰত শুই আছিল, সেই সময়তে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এজন লোকক বাৰ্তাবাহক হিচাপে প্ৰেৰণ কৰি নিৰ্দেশ পঠিয়ালে যে, উটৰ ডিঙিত ওলমি থকা প্ৰতিটো বস্তু যেন কাটি পেলায়, ধেনুৰ ৰছীৰ হাৰ হওক বা বেলেগ কোনো হাৰ নাইবা ঘণ্টা বা জোতা আদি, যিবোৰ সাধাৰণতে মানুহে কুঃদৃষ্টিৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে ওলমাই দিয়ে। সেইবোৰক তেখেতে কাটি পেলাবলৈ নিৰ্দেশ দিছে। কাৰণ এইবোৰৰ দ্বাৰা কোনো উপকাৰ নহয়। ক্ষতি আৰু উপকাৰৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই।
03

Benefits

উন্নতি সাধন কৰিবলৈ বা ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা পাবলৈ ডিঙিত কিবা ওলমাই ৰখা বা ধেনুৰ ৰছীৰে হাৰ আদি পিন্ধা হাৰাম। কাৰণ এইটো হৈছে শ্বিৰ্ক।
সৌন্দৰ্য্যৰ বাবে বা জীৱ-জন্তুক টানি নিয়াৰ বাবে অথবা বান্ধি থোৱাৰ বাবে ডিঙিত কিবা পিন্ধোৱাটো দোষনীয় নহয়।
সাধ্য অনুযায়ী বেয়া কৰ্মক বাধা প্রদান কৰা অনিবাৰ্য।
আল্লাহৰ সৈতে এককভাৱে আন্তৰিকতাৰে সম্পৰ্ক স্থাপন কৰা অনিবাৰ্য, তেওঁ একক তথা অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...