افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#66246[ছহীহ]
HadeethEnc · 1.16.0

তোমালোকৰ মাজৰ কোনেও যেন তাৰ কোনো ভাতৃৰ প্ৰতি অস্ত্ৰ টোঁৱাই ইংগিত নকৰে। কাৰণ সি নাজানে, চয়তানে হয়তো তাৰ হাতত হেঁচা দিব পাৰে। ফলত সি (মুছলিম এজনক হত্যাৰ কাৰণে) জাহান্নামৰ গাঁতত পতিত হ'ব পাৰে।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজৰ কোনেও যেন তাৰ কোনো ভাতৃৰ প্ৰতি অস্ত্ৰ টোঁৱাই ইংগিত নকৰে। কাৰণ সি নাজানে, চয়তানে হয়তো তাৰ হাতত হেঁচা দিব পাৰে। ফলত সি (মুছলিম এজনক হত্যাৰ কাৰণে) জাহান্নামৰ গাঁতত পতিত হ'ব পাৰে।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত এজন মুছলিমে আন এজন মুছলিমক যিকোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰ টোঁৱাই কথা ক'বলৈ নিষেধ কৰিছে। কিয়নো সি নাজানে যে, চয়তানে হয়তো সেই অস্ত্ৰটো তাৰ হাতত থকা অৱস্থাতে সঞ্চালন কৰিব পাৰে। ফলত ইয়াৰ দ্বাৰা তাৰ ভাতৃ নিহত হ'ব পাৰে নাইবা আঘাত পাব পাৰে। এতেকে এই গুনাহৰ কাৰণে সি জাহান্নামত নিক্ষিপ্ত হ'ব পাৰে।
03

Benefits

মুছলিমৰ তেজৰ মৰ্যাদা বৰ্ণিত হৈছে।
মুছলিমক সন্মান কৰা আৰু কথাৰ দ্বাৰাই হওক বা কৰ্মৰ দ্বাৰা কোনো ধৰণৰ কষ্ট দিয়াৰ পৰা বিৰত থকা অনিবাৰ্য্য। অস্ত্ৰ শস্ত্ৰ তথা লোহাৰ বস্তুৰে ইংগিত কৰাও ইয়াৰ অন্তৰ্ভুক্ত, যদিও সেয়া ধেমালিৰ ছলেৰেই নহওক কিয়। কিয়নো চয়তানে তাৰ হাতৰ নিয়ন্ত্ৰণ সলাই দিব পাৰে, আৰু তাৰ দ্বাৰা তাৰ ভাতৃক আঘাত কৰাব পাৰে। অথবা তাৰ হাতৰ পৰা সেই অস্ত্ৰ নিয়ন্ত্ৰণ হেৰুৱাই পৰি যাব পাৰে, ফলত তাৰ ভাতৃৰ অনিষ্ট হ'ব পাৰে।
নিষেধাজ্ঞাৰ জৰিয়তে সকলো প্ৰকাৰ আশংকামূলক ক্ষতিৰ দুৱাৰ বন্ধ কৰি দিয়া হৈছে।
সামাজিক সুৰক্ষা, পৰস্পৰৰ মাজত সম্পৰ্ক মজবুত ৰখা আৰু শান্তি স্থাপন কৰিবলৈ গুৰুত্ব দিয়া হৈছে। মানুহক ভীত-সন্ত্ৰস্ত কৰা তথা ভয় ভাবুকি দিয়া কোনো পধ্যেই উচিত নহয়, যদিও ইংগিতৰ দ্বাৰাই নহওক কিয়।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...