HadeethEnc · 1.16.0
তোমালোকে পৰস্পৰে পৰস্পৰক উপহাৰ দিয়া, মুহাব্বত বৃদ্ধি পাব।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে পৰস্পৰে পৰস্পৰক উপহাৰ দিয়া, মুহাব্বত বৃদ্ধি পাব।"
02
Explanation
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত মুছলিম ব্যক্তিক পৰস্পৰৰ মাজত হাদিয়া তথা উপহাৰ আদান-প্ৰদান কৰিবলৈ উৎসাহিত কৰিছে। কিয়নো উপহাৰ আদান প্ৰদান কৰিলে মুহাব্বত সৃষ্টি হয়, আৰু এইটো হৈছে হৃদয়ক একত্ৰিত কৰাৰ অন্যতম এটা উপায়।
03
Benefits
উপহাৰ আদান-প্ৰদান কৰা মুস্তাহাব। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এইটো কৰিবলৈ উৎসাহিত কৰিছে।
উপহাৰ হৈছে মুহাব্বত সৃষ্টিৰ অন্যতম এটা উপায়।
মানুহে সেইবোৰ কাম কৰা উচিত যিবোৰ কাম কৰিলে তেওঁৰ আৰু মানুহৰ মাজত পাৰস্পৰিক মৰম-ভালপোৱা সৃষ্টি হয়; সেইটো উপহাৰৰ জৰিয়তেই হওক বা নম্ৰতা প্ৰদৰ্শনৰ জৰিয়তে হওক, নাইবা উত্তম কথা কোৱাৰ মাধ্যমতে হওক, অথবা সাধ্য অনুসৰি হাঁহিমুখে সাক্ষাৎ কৰাৰ জৰিয়তেই হওক।

Attribution
[رواه البخاري في الأدب المفرد وأبو يعلى والبيهقي]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares