افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#65005[ছহীহ]
HadeethEnc · 1.16.0

“সাৱধান! অনতিপলমে এনেকুৱা সময় আহিব যে, এজন ব্যাক্তিয়ে নিজৰ আসনত আউজি বহি থকা অৱস্থাত তাৰ ওচৰলৈ যেতিয়া কোনো হাদীছ গৈ পাব, তেতিয়া সি ক'ব: আমাৰ আৰু তোমালোকৰ মাজত আল্লাহৰ কিতাব আছে

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

মিক্বদাম ইবনু মা‘দী কাৰিব ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “সাৱধান! অনতিপলমে এনেকুৱা সময় আহিব যে, এজন ব্যাক্তিয়ে নিজৰ আসনত আউজি বহি থকা অৱস্থাত তাৰ ওচৰলৈ যেতিয়া কোনো হাদীছ গৈ পাব, তেতিয়া সি ক'ব: আমাৰ আৰু তোমালোকৰ মাজত আল্লাহৰ কিতাব আছে। গতিকে আমি তাত যি হালাল বুলি পাম সেইখিনিকে হালাল বুলি গণ্য কৰিম আৰু তাত যি হাৰাম বুলি পাম সেইখিনিকে হাৰাম বুলি গণ্য কৰিম। (সেই ব্যক্তিয়ে জানি থোৱা উচিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:) নিশ্চয় ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যি হাৰাম কৰিছে সেইখিনিও আল্লাহে হাৰাম কৰাৰ দৰেই।”
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, এনেকুৱা এটা সময় অচিৰেই আহিব যেতিয়া এক প্ৰকাৰ মানুহ এনেকুৱা হ'ব যে, নিজৰ আসনত বহি থকা অৱস্থাত সিহঁতৰ মাজৰ কাৰোবাৰ ওচৰলৈ হাদীছ গৈ পালে ক'ব যে, আমাৰ আৰু তোমালোকৰ মাজত দ্বীনি বিষয়বোৰ বিতংভাৱে ফয়চালা কৰিবলৈ কোৰআনেই যথেষ্ট। আমি তাত যি হালাল বুলি পাম, সেইটোৰ ওপৰতে আমল কৰিম আৰু তাত যি আমি হাৰাম বুলি পাম সেইটোৰ পৰাহে আমি বিৰত থাকিম। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা স্পষ্ট কৰিছে যে, তেখেতে হাদীছৰ মাধ্যমত যিবোৰ বস্তু হাৰাম কৰিছে বা যিবোৰৰ পৰা নিষেধ কৰিছে, বিধানৰ ক্ষেত্ৰত সেইবোৰো কোৰআনত আল্লাহে হাৰাম কৰা বিধানৰ দৰেই। কাৰণ তেখেত হৈছে আল্লাহৰ ফালৰ পৰা বাৰ্তাবাহক।
03

Benefits

হাদীছকো মৰ্যাদা প্ৰদান কৰিব লাগিব যিদৰে কোৰআনক মৰ্যাদা প্ৰদান কৰা হয় আৰু তাৰ পৰা বিধান গ্ৰহণ কৰিব লাগিব।
ৰাছুলৰ আনুগত্য কৰা মানেই আল্লাহৰ আনুগত্য কৰা আৰু তেখেতৰ অবাধ্যতা কৰা মানেই আল্লাহৰ অবাধ্যতা কৰা।
হাদীছক প্ৰমাণ হিচাপে সাব্যস্ত কৰা আৰু যিয়ে হাদীছক অস্বীকাৰ কৰে অথবা নাকচ কৰে সেই ব্যক্তিৰ কথাক খণ্ডন কৰা।
যিয়ে হাদীছক বৰ্জন কৰি কোৰআন মনা বুলি দাবী কৰে, সি দৰাচলতে দুয়োটাকে পৰিত্যাগ কৰে আৰু সি কোৰআনৰ অনুসৰণৰ দাবীৰ ক্ষেত্ৰত মিছলীয়া।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ সত্যতাৰ অন্যতম এটা প্ৰমাণ হৈছে এই যে, তেখেতে যিটো বস্তুৰ বিষয়ে সংবাদ দিছে যে এইটো ভৱিষ্যতত সংঘটিত হ'ব, সেইটো ঠিক সেইদৰেই সংঘটিত হৈছে যিদৰে তেখেতে সংবাদ দিছে।

Attribution

[(আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...