افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#3686[ছহীহ]
HadeethEnc · 1.16.0

মোৰ ফালৰ পৰা পৌঁচাই দিয়া, সেয়া যদি এটা আয়াতো হয়, আৰু বনী ইছৰাঈলৰ পৰা বর্ণনা কৰা, ইয়াত কোনো দোষ নাই; কিন্তু যি ব্যক্তিয়ে ইচ্ছাকৃতভাৱে মোৰ বিষয়ে মিছা কথা ক’ব, সি যেনিবা জাহান্নামকেই নিজৰ ঠিকনা নির্ধাৰিত কৰি ল’লে।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মোৰ ফালৰ পৰা পৌঁচাই দিয়া, সেয়া যদি এটা আয়াতো হয়, আৰু বনী ইছৰাঈলৰ পৰা বর্ণনা কৰা, ইয়াত কোনো দোষ নাই; কিন্তু যি ব্যক্তিয়ে ইচ্ছাকৃতভাৱে মোৰ বিষয়ে মিছা কথা ক’ব, সি যেনিবা জাহান্নামকেই নিজৰ ঠিকনা নির্ধাৰিত কৰি ল’লে।
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কোৰআন হাদীছৰ জ্ঞান প্ৰচাৰ কৰিবলৈ নিৰ্দেশ দিছে। পৰিমাণ যিমানেই কম নহওক কিয়, এটা আয়াত বা এটা হাদীছ হ'লেও কথা নাই। কিন্তু চৰ্ত হৈছে সেই বিষয়ে তেওঁ নিজে জনা হ'ব লাগিব আৰু তাৰ পিছতহে প্ৰচাৰ কৰিব। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, বনী ইছৰাঈলৰ পৰা সেইবোৰ ঘটনা বৰ্ণনা কৰাত কোনো অসুবিধা নাই যিবোৰ ঘটনা সিহঁতৰ সৈতে সংঘটিত হৈছে তথা যিবোৰৰ লগত আমাৰ চৰীয়তৰ কোনো অমিল নাই। ইয়াৰ পিছত তেখেতে মিছা কথাৰ পৰা সতৰ্ক কৰিছে, এতেকে যিয়ে জানি বুজি তেখেতৰ বিষয়ে মিছা কথা ক'ব, সি যেন জাহান্নামত নিজৰ ঠিকনা বনাই লয়।
03

Benefits

আল্লাহৰ চৰীয়তৰ প্ৰচাৰ প্ৰসাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে। গতিকে প্ৰতিজন ব্যক্তিয়ে নিজৰ সাধ্যানুযায়ী আয়ত্ত কৰি তথা সেই বিষয়ে আতিগুৰি জানি লৈ প্ৰচাৰ কৰা উচিত, যদিও পৰিমাণত কম হওক।
চৰীয়তৰ জ্ঞান অৰ্জন কৰা ওৱাজিব। যাতে ছহীহ শুদ্ধভাৱে আল্লাহৰ ইবাদত কৰিব পাৰি আৰু সঠিকভাৱে চৰীয়তৰ বিধান প্ৰচাৰ কৰিব পাৰি।
এই কঠোৰ সতৰ্কবাণীৰ প্ৰতি লক্ষ্য ৰাখি যিকোনো হাদীছ প্ৰচাৰ প্ৰসাৰ কৰাৰ আগত তাৰ নিশ্চয়তা নিৰীক্ষণ কৰাটো অনিবাৰ্য।
কথা কোৱাৰ সময়ত সত্য কথা ক’বলৈ উৎসাহ প্ৰদান কৰা হৈছে আৰু সতর্কতা অৱলম্বন কৰাৰ প্ৰতি উৎসাহ প্ৰদান কৰা হৈছে। যাতে কোনো মিছা প্ৰচাৰত পতিত হ’বলগীয়া নহয়। বিশেষকৈ আল্লাহৰ চৰীয়তৰ ক্ষেত্রত।

Attribution

[(বুখাৰী)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...