HadeethEnc · 1.16.0
প্ৰত্যেক চোকা দাঁত থকা হিংস্ৰ প্ৰাণী আৰু নখ (ৰ দ্বাৰা চিকাৰ কৰা) চৰাইৰ (মাংস খোৱাৰ) পৰা নিষেধ কৰিছে।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক চোকা দাঁত থকা হিংস্ৰ প্ৰাণী আৰু নখ (ৰ দ্বাৰা চিকাৰ কৰা) চৰাইৰ (মাংস খোৱাৰ) পৰা নিষেধ কৰিছে।
02
Explanation
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত হিংস্ৰ প্ৰাণীৰ মাংস খাবলৈ নিষেধ কৰিছে, যিবোৰে নিজৰ চোকা দাঁতেৰে চিকাৰ কৰে, আৰু প্ৰত্যেক সেইবোৰ চৰাইৰ মাংস খাবলৈ নিষেধ কৰিছে, যিবোৰে নিজৰ নখেৰে চিকাৰ কৰে আৰু নখেৰে ধৰি ৰাখে।
03
Benefits
ইছলামে সকলো ক্ষেত্ৰতে পৱিত্ৰতাৰ প্ৰতি উৎসাহিত কৰিছে, খাদ্য দ্ৰৱ্যই হওক বা কোনো পানীয় আদি।
খোৱাৰ ক্ষেত্ৰত সকলো বস্তুৱে হালাল, কেৱল সেইটো হাৰাম যিটো হাৰাম হোৱাৰ প্ৰমাণ আছে।
খোৱাৰ ক্ষেত্ৰত সকলো বস্তুৱে হালাল, কেৱল সেইটো হাৰাম যিটো হাৰাম হোৱাৰ প্ৰমাণ আছে।
Attribution
[(মুছলিম)]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares

