ক্ষুধাৰ্তক আহাৰ কৰোৱাবা, বেমাৰীৰ শুশ্ৰূষা কৰিবা আৰু বন্দীক মুক্ত কৰাবা।
Choose an available translation of this Hadeeth
Hadeeth text
আবু মুছা আশ্বআৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ক্ষুধাৰ্তক আহাৰ কৰোৱাবা, বেমাৰীৰ শুশ্ৰূষা কৰিবা আৰু বন্দীক মুক্ত কৰাবা।"
Explanation
Benefits
ক্ষুধাৰ্ত তথা অভাৱী লোকক খাদ্য খুৱাবলৈ উৎসাহিত কৰা হৈছে। কিয়নো এনেকুৱা লোকক খাদ্য খোৱাবলৈ চৰীয়তত নিৰ্দেশ দিয়া হৈছে।
অসুস্থ বেমাৰী ব্যক্তিৰ খা-খবৰ ল'বলৈ যোৱাটো চৰীয়তৰ অন্যতম এটা বিধান। কাৰণ ইয়াৰ ফলত তাৰ মনোবল দৃঢ় হয়, আৰু তাৰ বাবে দুআ কৰিব লাগে, লগতে ইয়াৰ ফলত ছোৱাব লাভ হয়। ইয়াৰ উপৰিও বহুতো কল্যাণ নিহিত আছে।
যদি কোনো মুছলিম ব্যক্তি কাফিৰৰ হাতত বন্দী হয়, তেন্তে তাক মোকলাই আনিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা উচিত। সেয়া মুক্তিপণ আদায়ৰ মাধ্যমতে হওক অথবা বন্দী আদান-প্ৰদানৰ মাধ্যমতে হওক।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

