افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#5931[ছহীহ]
HadeethEnc · 1.16.0

কিয়ামতৰ দিনা সিহঁতে কঠিন শাস্তি ভোগ কৰিব, যিসকলে আল্লাহৰ সৃষ্টিৰ সাদৃশ্য প্ৰদৰ্শনত লিপ্ত হয়।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম মোৰ ওচৰলৈ আহিল, তেতিয়া মোৰ তাত এটা ত্বাক (shelf) আছিল যিটোক মই পৰ্দাৰে আবৃত কৰি ৰাখিছিলোঁ, সেই পৰ্দাত কিছুমান চিত্ৰ আছিল। তেখেতে সেইটো দেখা পাই ছিঙি পেলালে, আৰু তেখেতৰ মুখমণ্ডল ৰঙা পৰি গ'ল। তেখেতে ক'লেঃ "হে আঈশ্বা! কিয়ামতৰ দিনা সিহঁতে কঠিন শাস্তি ভোগ কৰিব, যিসকলে আল্লাহৰ সৃষ্টিৰ সাদৃশ্য প্ৰদৰ্শনত লিপ্ত হয়।" আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছেঃ "এইটো শুনাৰ পিছত মই সেই পৰ্দা ফালি এখন অথবা দুখন গাৰু বনাই লৈছিলোঁ।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰত প্ৰৱেশ কৰিলে আৰু আঈশ্বাৰ তাত এটা সৰু শ্বেল্ফ দেখা পালে য'ত তেওঁ বস্তু বাহিনী ৰাখিছিল, সেইটোক তেওঁ কাপোৰেৰে আবৃত কৰি ৰাখিছিল যিটোত জীৱ-জন্তুৰ চিত্ৰ আছিল। সেয়া দেখি খঙতে তেখেতৰ মুখমণ্ডলৰ ৰং সলনি হৈ পৰিছিল আৰু তেখেতে সেইটোক আঁতৰাই পেলাইছিল আৰু কৈছিলঃ কিয়ামতৰ দিনা সেইসকল লোকক কঠিন শাস্তি বিহা হ'ব যিসকলে চিত্ৰ অংকন কৰি আল্লাহৰ সৃষ্টিৰ সাদৃশ্য প্ৰদৰ্শন কৰে। আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছেঃ ইয়াৰ পিছত আমি সেইটোক ফালি এখন বা দুখন গাৰু বনাই লৈছিলোঁ।
03

Benefits

চৰীয়ত বিৰোধী কোনো কাম দেখাৰ লগে লগে বাধা দিয়া উচিত, পলম কৰিব নালাগে। যাতে ইয়াৰ ফলত কোনো ডাঙৰ ক্ষতি নহয়।
কিয়ামতৰ দিনা গুনাহ অনুপাতে শাস্তিৰ ক্ষেত্ৰতো পাৰ্থক্য হ'ব।
জীৱ-জন্তুৰ ছবি অংকন কৰাটো হৈছে কাবীৰাহ গুনাহ।
আল্লাহৰ সৃষ্টিৰ সাদৃশ্যতা প্ৰদৰ্শনৰ উদ্দেশ্যে ছবি অংকন কৰা হাৰাম। যদিও ছবি অংকনকাৰীৰ উদ্দেশ্য সাদৃশ্যতা হওক বা নহওক।
চৰীয়ত হিফাজতৰ প্ৰতি তেওঁলোক খুবেই আগ্ৰহী আছিল, হাৰামৰ কথা শুনাৰ লগে লগে নিজৰ সম্পদ সংৰক্ষণ কৰা পাত্ৰটোৰ প্ৰতিও ভ্ৰুক্ষেপ কৰা নাছিল।
জীৱ-জন্তুৰ ছবি অংকন কৰিবলৈ নিষেধ কৰা হৈছে। যি ধৰণৰেই নহওক কিয়। যদিও সি পেছাদাৰীয়ে নহওক কিয়।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...