افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#5928[ইয়াৰ চনদ হাছান পৰ্যায়ৰ]
HadeethEnc · 1.16.0

এজন ব্যক্তি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি কিছুমান বিষয়ত কথা পাতিলে, তাৰ পিছত ক'লেঃ আল্লাহৰ যি ইচ্ছা আৰু আপোনাৰ যি ইচ্ছা। এই শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তুমি মোক আল্লাহৰ সমকক্ষ কৰি দিলা নেকি? কোৱা: অকল আল্লাহৰ যি ইচ্ছা।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, এজন ব্যক্তি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি কিছুমান বিষয়ত কথা পাতিলে, তাৰ পিছত ক'লেঃ আল্লাহৰ যি ইচ্ছা আৰু আপোনাৰ যি ইচ্ছা। এই শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তুমি মোক আল্লাহৰ সমকক্ষ কৰি দিলা নেকি? কোৱা: অকল আল্লাহৰ যি ইচ্ছা।"
02

Explanation

এজন ব্যক্তি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি নিজৰ প্ৰয়োজনীয় বিষয় সম্পৰ্কে আলোচনা কৰিলে, ইয়াৰ পিছত ক'লেঃ "আল্লাহৰ যি ইচ্ছা আৰু আপোনাৰ যি ইচ্ছা।" এই কথা শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কথাটোৰ প্ৰতিবাদ কৰিলে, আৰু জনাই দিলে যে, আল্লাহৰ ইচ্ছাৰ সৈতে সৃষ্টিৰ ইচ্ছাক একত্ৰিত কৰি উল্লেখ কৰাটো হৈছে শ্বিৰ্কে আচগৰ। এনেকুৱা কথা উচ্চাৰণ কৰাটো মুছলিমৰ বাবে বৈধ নহয়। ইয়াৰ পিছত তেখেতে সঠিক কথাটো শিকাই ক'লে এইদৰে কোৱাঃ একমাত্ৰ আল্লাহৰ যি ইচ্ছা। তেখেতে আল্লাহৰ ইচ্ছাক একক বুলি জনাইছে। তেওঁৰ ইচ্ছাৰ সৈতে কাৰো কোনো ইচ্ছাই জৰিত নহয়।
03

Benefits

"আল্লাহৰ যি ইচ্ছা আৰু আপোনাৰ যি ইচ্ছা", এনেকুৱা ধৰণৰ কথা ক'বলৈ নিষেধ কৰা হৈছে। কাৰণ ইয়াত বান্দাৰ ইচ্ছাক আল্লাহৰ ইচ্ছাৰ সৈতে সমকক্ষ স্থিৰ কৰাৰ দৰে বুজাইছে, এইটো হৈছে শ্বিৰ্কে আচগৰ বা সৰু শ্বিৰ্ক।
চৰীয়ত বিৰোধী কৰ্মক বাধা দিয়া ওৱাজিব।
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তাওহীদৰ সীমাক ভালকৈ সুৰক্ষা প্ৰদান কৰিছে, লগতে শ্বিৰ্কৰ সকলো দুৱাৰ বন্ধ কৰিছে।
চৰীয়ত বিৰোধী কৰ্মক বাধা দিয়াৰ সময়ত সন্মুখৰ ব্যক্তিক বিকল্প উপায় দেখুৱাই দিয়া উচিত, যিদৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দেখুৱাই দিছিল।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই হাদীছটোত কৈছে যে, "একমাত্ৰ আল্লাহৰ যি ইচ্ছা", তেখেতে আন এটা হাদীছত কৈছে যে, "এইদৰে কোৱা যে, আল্লাহৰ যি ইচ্ছা আৰু তাৰ পিছত আপোনাৰ যি ইচ্ছা।" এই দুয়োটা হাদীছৰ মাজত সামঞ্জস্যতা হৈছে এই যে, "আল্লাহৰ যি ইচ্ছা আৰু তাৰ পিছত আপোনাৰ যি ইচ্ছা।" এইটো কোৱা বৈধ। কিন্তু "একমাত্ৰ আল্লাহৰ যি ইচ্ছা।" এইটো কোৱা হৈছে উত্তম।
"আল্লাহৰ যি ইচ্ছা আৰু তাৰ পিছত আপোনাৰ যি ইচ্ছা।" এইটো কোৱা বৈধ। কিন্তু "একমাত্ৰ আল্লাহৰ যি ইচ্ছা।" এইটো কোৱা হৈছে উত্তম।

Attribution

[(নাছায়ী ফিল কুবৰা, ইবনে মাজাহ, আহমদ)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...